06/09/2026
৯ তাৰিখে আন্দোলন ঘোষণা অখিল গগৈৰ। ৮ তাৰিখৰ ভিতৰত নাজিৰা সমষ্টিৰ ক্ষতিগ্ৰস্ত লোকক অন্তর্রতীকালীন সাহার্য প্রদান নকৰিলে ৯ ছেপ্টেম্বৰৰ পৰা জংগী আন্দোলনৰ সকীয়নি বিধায়ক গগৈৰ। সমান্তৰালকৈ প্ৰতিটো ক্ষতিগ্রস্ত পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী আৰু নিদিয়ালৈকে ক্ষান্ত নহয় বুলিও হুংকাৰ দিলে বিধায়কগৰাকীয়ে।