A TIME

A TIME media

01/10/2023

বঙাইগাঁও জিলাৰ নাম্বাৰপাৰা ৩য় খণ্ডৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰকিবুল ইছলাম নামৰ এজন কিশোৰ নিৰুদ্দেশ।

01/10/2023

ফকিৰাগ্ৰামত পৌৰসভাৰ উদ্যোগত স্বচ্ছতাই সেৱা কাৰ্যসূচী পালন ।

01/10/2023

জুৱা খেলৰ বিৰূদ্ধে এক্মন মুডত নামিছে জুৰীয়া থানাৰ অ,চি মিথু দাস। পুনৰ নগদ ধন সহ আটক দুজন জুৱাৰী।

30/09/2023

জুৰীয়াত আজৱ ঘটনা/নিজ ভূমি বুলি দাবী কৰি চৰকাৰী বিদ্যালয় বন্ধ কৰিলে পাঁচ -ছয়জনীয়া গুণ্ডাবাহিনী দলে/ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীক দিলে ভাবুকি

30/09/2023

তিনিচুকীয়া জিলা দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘ এফ আৰ ইউত সহকাৰী আয়ক্তৰ উপস্থিত ৰক্তদান শিবিৰ অনুষ্ঠিত

30/09/2023

এক অসম যাত্ৰাৰে নামনিৰ পৰা আৰম্ভ কৰা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ পদযাত্ৰাৰ দশম দিনত আজি পুৱাতেই উপস্থিত হ'ল বটদ্ৰৱা থানত

29/09/2023

আমগুৰিৰ হালোৱাটিঙত পথ নিৰ্মাণত অনিয়মৰ অভিযোগ

29/09/2023

কালঝাৰ ভিচিডিচিৰ সভাপতি ইলিয়াছ আলী আহমেদৰ সংবাদ মেল

28/09/2023

জুৰীয়াত জৰাজীৰ্ণ কাঠৰ দলঙৰ বাবে দুৰ্ভোগ ভূগিছে কেবাখনো গাওঁৰ ৰাইজে। দুৰ্ঘটনা সংঘটিত হৈ এজন আহত। কানহাৰ নাই জন প্ৰতিনিধিৰ। ৰাইজৰ প্ৰতিবাদ।

28/09/2023

আজি বিশ্ব নৱী হজৰত মহম্মদৰ জন্মদিন।

মাৰ্ঘেৰিটাত নৱী হজৰত মহম্মদৰ জন্মদিন উপলক্ষে বিশাল ধৰ্মীয় শোভাযাত্ৰা।

28/09/2023

মৈৰাবাৰীত নেকবৰ নামৰ ন-ৰূপী গুন্ডাৰ আৱিৰ্ভাৱ।এইবাৰ গুৰুলা গুৰুলকৈ প্ৰসাৰ কৰি আহত কৰিলে বৃদ্ধ দম্পতীক।

28/09/2023

মৰিগাঁওৰ সৰছলাত এটি চুবুৰীয়া পথক লৈ দুই ফৈদৰ মাজত শীতল যুদ্ধ।

মৰিগাঁও জিলাৰ মৈৰাবাৰী থানাৰ অন্তৰ্গত সৰুচলা দক্ষিণ বিলপাৰ এটি চুবুৰীয়া পথক লৈ ৰাইজৰ ক্ষোভ প্ৰকাশ।

Address

Nagaon
782123

Telephone

+918138060841

Website

Alerts

Be the first to know and let us send you an email when A TIME posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to A TIME:

Share