19/09/2024
ৰাজনৈতিক লাভালাভৰ বাবে, মুছলমান সম্প্ৰদায়ৰ প্ৰতি ঘৃণা আৰু অপবাদ, তাতে মুছলমানৰ খতি নহয় বৰং মুছলমান আৰু শক্তিশালী হৈ আছে।
এবাৰ google ত সার্চ কৰিলেই ৰেজাল্ট পাই যাব। কোন ধৰ্মৰ কিতাপত আছে ধৰ্ম ৰক্ষাৰ বাবে যুদ্ধ হৈছে। নাই,নাপায় অকল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে টনা আযোৰা।
যেনে অসমত কয়লা,পাথৰ, চুপাৰি,পল্টি মুৰগি, ম'হ, ক'লা চিগাৰেট,ধপাঁত,মাটি, পত্নীৰ সম্পত্তি ইত্যাদিৰ চেন্ডিগেট। উক্ত চেন্ডিগেটবোৰৰ পৰা ৰাইজৰ দৃষ্টি আতৰাই ৰাখিবৰ বাবে উচ্ছেদ আৰু মুছলমানক অপবাদ। অসমৰ ৰাইজ শিক্ষিত ইয়াৰ উত্তৰ নিশ্চয় সময়ত দিব। ধন্যবাদ