
16/08/2024
তিৱা ভাষাৰ চলচ্চিত্ৰ SIKAISAL (if only trees could talk) লৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। আজি ঘোষিত ৭০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত ড°ববী শৰ্মা বৰুৱাৰ পৰিচালিত 'ছিকাইছাল' ছবিখনে তিৱা ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাবে ৰজতকমল বঁটা লাভ কৰিছে। ছবিখনৰ অভিনেতা-অভিনেত্ৰী, কলা-কুশলীকে আদি কৰি প্ৰযোজক, পৰিচালিকা আটাইকে অভিনন্দন জনাইছোঁ।।