Axom Plus

Axom Plus সততাৰ দলিল ৰ সৈতে প্ৰতিজ্ঞাবদ্ধ

20/09/2025
নগাঁও উকিল সন্থাৰ সভাপতি আবুল হুছেইন খন্দকাৰ ডাঙৰীয়াই প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে লগতে তে...
20/09/2025

নগাঁও উকিল সন্থাৰ সভাপতি আবুল হুছেইন খন্দকাৰ ডাঙৰীয়াই প্ৰিয় শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত গভীৰ শোক প্ৰকাশ কৰে লগতে তেওঁৰ বিদেশী আত্মাৰ চিৰ শান্তি কামনা কৰে।

19/09/2025

ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদাই জুবিন গাৰ্গৰ বিয়োগৰ বাতৰি পাই অতিকৈ মৰ্মাহত হৈছে।আৰু তেওঁৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

19/09/2025

জুবিন গাৰ্গ আৰু নাই। ছিংগাপুৰত দুৰ্ঘটনাত অকালতে হেৰাই গ'ল মৰমৰ শিল্পীগৰাকী। স্কুবা ডাইভিঙৰ সময়ত সাগৰত পৰিছিল জুবিন গাৰ্গ। জুবিন গাৰ্গ ৰ মৃত্যুৰ পিছতে দুখ প্ৰকাশ কৰিলে নগাঁও জিলা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জুবিন গাৰ্গ ৰ অনুৰাগী ফাইজুল ইছলামে ।

19/09/2025

জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই

19/09/2025

পুনৰ ছমহীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল।
ম'বাইলে ম'বাইলে, ৱাটচাপে ৱাটচাপে ভাইৰেল প্ৰশ্নকাকতৰ।
শনিবাৰে হ'বলগীয়া ছমহীয়া পৰীক্ষাৰ ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিলক লৈ সমগ্ৰ ৰূপহী, চামগুৰি, নগাঁৱত সৃষ্টি তীব্ৰ প্ৰতিক্ৰিয়াৰ।

📌মিঞাক ৰক্ষণাবেক্ষণ দিয়া ইউনুছ তামুলী আৰক্ষীৰ জালত ।📌জাতীয় সংগঠনৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত ইউনুছ তামুলী...
18/09/2025

📌মিঞাক ৰক্ষণাবেক্ষণ দিয়া ইউনুছ তামুলী আৰক্ষীৰ জালত ।
📌জাতীয় সংগঠনৰ এজাহাৰৰ পিছতে আৰক্ষীয়ে আটক কৰিলে বিতৰ্কিত ইউনুছ তামুলীক ।

বিধায়ক আমিনুল ইছলামৰ মুক্তি হোৱাটো বিচাৰে নে আপুনি?
17/09/2025

বিধায়ক আমিনুল ইছলামৰ মুক্তি হোৱাটো বিচাৰে নে আপুনি?

17/09/2025

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Axom Plus posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Plus:

Share