News Today 24

News Today 24 News& shot �� news

17/08/2026

ৰূপহীহাটত ড্ৰাগছ ব্যৱসায়ী ফুৰকানুল ইছলামৰ ভয়ংকৰ ষড়যন্ত্ৰৰ জাল।

15/08/2026

স্বাধীনতা দিৱসৰ দিনটোতে আনুষ্ঠানিক ভাৱে মুকলি হল ৰূপহী প্ৰেছ ক্লাৱৰ কাৰ্যালয়।

15/08/2026

চুফী চুলতান আহমেদ একাডেমীত উলহ-মালহেৰে ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন

13/08/2026

নগাঁও জিলাৰ ৰূপহী কুমাৰ গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ।

09/07/2026

নগাঁও জিলাৰ ধিং ৰাজাবাৰী অঞ্চলৰ এজন 24 বছৰীয়া যুৱক নিৰুদ্দেশ।যদি কোনো সদাশয় ব্যক্তিয়ে মফিজুৰৰ কোনো সন্ধান লাভ কৰে তেন্তে পৰিয়ালৰ ফোন নম্বৰত যোগাযোগ কৰিবলৈ অথবা স্থানীয় আৰক্ষী থানাত চমঝাই দিবলৈ কৰযোৰে অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

পৰিয়ালৰ ফোন নম্বৰ : 7896775644
6901579428

21/06/2026

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ৰূপহী আঞ্চলিক সমিতিৰ উদ্যোগত স্থানীয় ৰাইজৰ সহযোগত নগাঁও নলতলি সংযোগী ৰাজ্যিক ঘাইপথৰ ৰূপহী ভকতগাঁও স্থিত কেঁকুৰিৰ দুয়োকাষে থকা হাবি বননিখিনি চাফা কৰা হয়।

20/06/2026

# SN india 24 ৰৰ সত্বাধীকাৰী আব্দুল জলিল আকন্দক হয়বৰ গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি একাংশ পটেলত ভূৱা বাতৰি প্ৰচাৰ কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া আকন্দৰ।

20/06/2026

ৰূপহীহাটৰ ভকতগাঁও শোকাবশ পথ দুৰ্ঘটনা থিতাতে নিহত এজন পথচাৰি।

ড্ৰাম্পাৰ আৰু মটৰ চাইকেলৰ মুখামুখী সংঘৰ্ষত নিহত মটৰ চাইকেল আৰোহি।

AS-02-AL-1327 নম্বৰৰ মটৰ চাইকেল আৰোহিক AS-12-BC-4085 নম্বৰৰ বালি কঢ়িওয়া ড্ৰাম্পাৰে মহতীয়াই নিয়ে।

দুৰ্ঘটনাত নিহত হোৱা মটৰ চাইকেল আৰোহিৰ এতিয়াও উদ্ধাৰ হোৱা নাই পৰিচয়।

ৰূপহী পৰা নগাওঁ অভিমুখে গৈ থকা অৱস্থাত ৰাজ্যিক ঘাইপথৰ ভকতগাঁৱত সংঘটিত হয় দুৰ্ঘটনা।

ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ মৰণোত্বৰ পৰীক্ষাৰ বাবে নগাওঁ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

12/06/2026

ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ দুই দুধর্ষ ডকাইত।
ঔঅনাৰ 7 Star Luxury Hotel ত অভিযান চলাই আৰক্ষীয়ে পিষ্টলসহ আটক কৰে তাজাজুল হক আৰু ৰশিদুল হক নামৰ দুই ডকাইতক।

02/06/2026

ৰূপহীহাট আৰক্ষীৰ উদ্যোগত গাঁওৰক্ষী বাহিনীলৈ সঁজুলি বিতৰণ।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when News Today 24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to News Today 24:

Shortcuts

Share