Laokhowa Live24

Laokhowa Live24 Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Laokhowa Live24, News & Media Website, Location laokhowa wildlife sanctuary, Nagaon.

05/06/2026

*অসম কঁপাবলৈ আহিছে “ভাইৰেল কৃষ্ণ”*
সামাজিক মাধ্যমত ইতিমধ্যে সৃষ্টি কৰিছে ব্যাপক চৰ্চা।
দৰ্শকৰ মাজত কৌতূহলৰ অন্ত নাই।

04/06/2026

👉ৰূপহীহাটৰ ঘেহুৱা চলচলিৰ এগৰাকী ১৯ বছৰীয়া যুৱক নিৰূদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তিব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
👉আজি তিনি দিনে কোনো সন্ধান নাই যুৱকজনৰ ।

26/05/2026
20/05/2026

👉ৰূপহীহাটৰ গড়াজান ফুটালজাৰত অৱসৰপ্ৰাপ্ত শিক্ষক দ্বয়ৰ বিদায় সম্বৰ্ধনা।
👉নগাঁও জিলাৰ লাওঁখোৱা শিক্ষা খণ্ডৰ অন্তৰ্গত ফুটালজাৰত হাই স্কুলৰ শিক্ষকদ্বয় ক্ৰমে ৰফিকুল ইছলাম আৰু শিৰাজুল ইছলাম আনচাৰীয়ে আজি অনুষ্ঠানিক বাবে অৱসৰ গ্ৰহণ কৰে ।

15/05/2026

ৰূপহীহাটৰ কাঞ্চনপুৰ বৰতলত ভয়ংকৰ পথ দুৰ্ঘটনা।

তীব্ৰবেগী টাটা মোবাইল বাহনে মটৰচাইকেলক খুন্দিয়াই পলায়ণ কৰে।

15/05/2026

📌 ৰূপহীহাটৰ গড়াজান আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
📌আৰক্ষীৰ অভিযানত ড্ৰাগছসহ আটক এজনী মহিলা সৰবৰাহকাৰী।
📌গড়াজান আৰক্ষীয়ে ফুটালজাৰত অভিযান চলাই ড্ৰাগছ ভৰ্তি বাকচসহ ১৭ টাকৈ ড্ৰাগছ ভৰ্তি কণ্টেনাৰ জব্দ কৰে।

12/05/2026

ৰূপহীহাটৰ লাওখোৱাত নগাওঁ নলতলী ৰাজ্যিক ঘাইপথ অৱৰোধ।

যোৱা নিশা দুৰ্ঘটনাত মৃত্যু হৈছিল দুজনকৈ যুৱকৰ।

অচিনাকি বাহনৰ খুন্দাত থিতাথে মৃত্যুক আঁকোৱালি লয় ৰূপজ্যোতি দাস আৰু দেৱজিৎ বেনাৰ্জী ওৰফে বিট্টো মণ্ডলৰ।

10/05/2026

বিজেপি চৰকাৰে চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে লোৱা পদক্ষেপক সমৰ্থন জনাইছে ৰূপহীহাট সমষ্টিৰ NDA নেতা জাকিৰ হুছেইন ফৰাজীয়ে।

09/05/2026

নগাঁৱত আকৌ নিৰ্বাচন ।
বিধানসভা নিৰ্বাচনৰ উত্তাপ মাৰ নোপাওঁতেই পুনৰ ভোটযুদ্ধৰ বাবে সাজু হ’ব লাগিব নগাঁও আৰু মৰিগাঁওবাসীক।
লোকসভাৰ গুৰুত্বপূৰ্ণ আসন খন খালী হোৱাৰ পাছতেই তৎপৰ হৈ উঠিছে শাসক-বিৰোধী দুয়োটা শিবিৰ।

09/05/2026

নগাঁও জিলাৰ ৰূপহীহাটৰ হাতীপুখুৰী হাই স্কুলত আবেগিক পৰিৱেশ।
সদ্য অৱসৰ গ্ৰহণ কৰা সহঃ হিন্দী শিক্ষয়িত্ৰী সুৰেজান নেছাক বিদ্যালয় পৰিয়ালৰ উষ্ম বিদায় সম্বৰ্ধনা।

Address

Location Laokhowa Wildlife Sanctuary
Nagaon
782124

Telephone

+17636880031

Website

Alerts

Be the first to know and let us send you an email when Laokhowa Live24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Laokhowa Live24:

Share