01/06/2025
নেৰানেপেৰা বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বি লাংপি জলবিদ্যুৎ প্রকল্পৰ ফ্লুইচ গেট! 🌧️
৪খনকৈ গেট একেলগে খুলি দিয়া হোৱাৰ পাছতে, নদীখনত হোৰাহোৰে বৃদ্ধি পাইছে পানীৰ পৰিমাণ।
সতৰ্ক থাকক — সাৱধানে চলাচল কৰক জলাশয়ৰ কাষৰ অঞ্চলসমূহত।