Papu raj yogi

Papu raj yogi “Social Army”

17/10/2025

গাওঁত কাটা মাংসৰ ভাগ এইয়া ।

চুনুৰ স্কুলত ।
16/10/2025

চুনুৰ স্কুলত ।

15/10/2025

মাননীয় মুখ্যমন্ত্ৰী মহোদয়স্বচ্ছ নিকা আৰু মেধা ভিত্তিত নিযুক্তি দিছে ভাল পাইছোঁ , আমাৰ অঞ্চলতে বহু কেইটা ভাই ভনীয়ে চাকৰি ...
13/10/2025

মাননীয় মুখ্যমন্ত্ৰী মহোদয়
স্বচ্ছ নিকা আৰু মেধা ভিত্তিত নিযুক্তি দিছে ভাল পাইছোঁ , আমাৰ অঞ্চলতে বহু কেইটা ভাই ভনীয়ে চাকৰি পাইছে একেবাৰে নিকা ভাবে সেয়া শলাগ লৈছোঁ ।
কিন্তু জুবিন দাৰ লগত আজি ইমান দিনে আপোনাৰ নেতৃত্বত কিয় একো কৰিব পৰা নাই সেয়া আমি ভাল পোৱা নাই । আপোনাৰ মুখেৰে বহু কেইটা কথা কৈছে কিন্তু একো ফলাফল দেখা নাই অসমৰ ৰাইজে । আমি আগত অসমৰ বহু কেইটা ঘটনা দেখিছোঁ যি আপুনি তৎক্ষণাত ব্যৱস্থা লৈছে আৰু ন্যায় পৰিয়ালে বা ৰাইজে বিচৰাৰ দৰে গ্ৰহণ যোগ্য গৈছে । এতিয়া পিছে জুবিন দাৰ লগত সেইটো হোৱা নাই অসমৰ সকলোৱে বহুত দুখত আছে আৰু বহুত খঙত আছে, এইয়া বৰ্হিঃ প্ৰকাশ হব এতিয়া লাহে লাহে । গতিকে আপুনি অতি সোনকালে জুবিন দাৰ ন্যায় ব্যৱস্থা কৰক 🙏।।


13/10/2025

অহা দিন বোৰ ভাল হওঁক প্ৰভূ । জুবিন দাৰ নাম লৈ লগুন চিঙি পেলুৱাটো কেতিয়াওঁ শুদ্ধ কৰা নাই বন্ধু । জুবিন দাক মনে প্ৰানে ভাল...
13/10/2025

অহা দিন বোৰ ভাল হওঁক প্ৰভূ । জুবিন দাৰ নাম লৈ লগুন চিঙি পেলুৱাটো কেতিয়াওঁ শুদ্ধ কৰা নাই বন্ধু । জুবিন দাক মনে প্ৰানে ভাল পাওঁ কিন্তু এইতো নহয় যে আমাৰ স্থিতিৰ পৰা আতৰি যাব লাগিব ।

জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি ২০দিনেই হল কিন্তু কোনো উত্তৰ পোৱা নাই  আমাৰ দৰে সাধাৰণ মানুহে । আজি এটা,কালি এটা,আ...
09/10/2025

জুবিন দা আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি ২০দিনেই হল কিন্তু কোনো উত্তৰ পোৱা নাই আমাৰ দৰে সাধাৰণ মানুহে । আজি এটা,কালি এটা,আকৌ পৰহিলৈ এটা হব প্ৰকৃততে ৰহস্য কি মাথা বেয়া হৈ গৈছে । সাধাৰণ মানুহ হিচাপে প্ৰথমে ভাবিছিলোঁ দাদাৰ আকস্মিক বেমাৰটো হৈ মৃত্যু হৈছিল, পিছত সামাজিক মাধ্যমত যি দেখিলোঁ বা শুনিছোঁ তেতিয়া বহুত বেয়া লাগিছে আৰু বহুত বেছি খং উঠিছে, দুঠেঙীয়াক খাব দিলে আঙুলিও চোবাই দিয়ে এইয়া প্ৰমাণ । যি জন মানুহ ১৯ হাজাৰ ২৯৯ দিন জীয়াই থাকি ৪০হাজাৰ গীত গাই মানুহক জীয়াই থাকিব দি গল সেই মানুহৰ লগত এনে অন্যায় । এইয়া কেতিয়াও মানি লব নোৱাৰি । বিশ্বৰ প্ৰথম জন ব্যক্তি ইমান কম দিনত বহুত বেছি গীত গোৱা । আৰু এই মানুহ জনৰ ন্যায় বাবে ইমান দিন সময় লগা টো অতি কৈ দুখ জনক । সকলোৱে এটাই লিখে , এতিয়া আকৌ কিছুমান ভাল মানুহৰ নমুনা হে দেখি আছোঁ । আৰু মাথা বেয়া হৈ যাব দেখোন, আমাৰ কি হব ! কেতিয়া হব ! কত হব ইত্যাদি । আমি সাধাৰণ মানুহ বোৰে বেছি বেঙেনাই খাই থাকো নেকি ? জুনে যি কয় সেই ফালেই দৌৰ মৰা আমাৰ এটা আকৌ নিয়ম আছে নহয় । অভাৱ সেই বাবেই হয়টো আমাৰ স্বভাৱ । শেষত জুবিন দাৰ ন্যায় যিমান পাৰে সোনকালে হব লাগে সেয়াই কথা ,ৰাইজ কি কয় ।

08/10/2025
ঘৰৰ কুঁহিয়া কেইডাল খাব হৈছে আৰু ।
07/10/2025

ঘৰৰ কুঁহিয়া কেইডাল খাব হৈছে আৰু ।

07/10/2025

ঘৰৰ মানুহৰ বেমাৰ হৈ থাকিলে মন বোৰ ভাল লাগি নাথাকে তথাপিও আৰাম্ভ কৰিবই লাগিব ।

07/10/2025

জুবিন দাৰ ন্যায় আৰু কিমান দিন লাগিব ?

Address

Khalihamari, Bamunijan, Raha, Nagaon’
Nagaon
782425

Website

Alerts

Be the first to know and let us send you an email when Papu raj yogi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share