নিৰিবিলি আড্ডা

নিৰিবিলি আড্ডা সময় সাপেক্ষে আপোন জাতিটোৰ বাবে কিছু ব্যতিক্ৰমী চিন্তাৰ মন্থনৰ লগতে প্ৰাথমিক পৰ্য্যায়ৰ পৰা ভাষা, সংস্কৃতি, লোকাচাৰ আদিৰ প্ৰচাৰ প্ৰসাৰৰ বাবে এই প্ৰয়াস

04/02/2025

# Life thought

Happy World food day🎉
16/10/2024

Happy World food day🎉

মনৰ আলোড়নৰ প্ৰকাশ মাত্ৰ
13/10/2024

মনৰ আলোড়নৰ প্ৰকাশ মাত্ৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ আৱিৰ্ভাৱ তিথিত গুৰুজানৰ শ্ৰী চৰণত শত কোটি প্ৰণাম জনাইছোঁ ।জয় গুৰু শংকৰ।
12/10/2024

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ আৱিৰ্ভাৱ তিথিত গুৰুজানৰ শ্ৰী চৰণত শত কোটি প্ৰণাম জনাইছোঁ ।
জয় গুৰু শংকৰ।

19/09/2024

নিৰিবিলি আড্ডা মজিয়াত আমি কেনেধৰণৰ বিষয় লৈ আগুৱাই যাম সেই যাত্ৰা পথৰ চমু বিৱৰণি আগবঢ়ালোঁ,আশা কৰো আপোনালোকে আগুৱাই যোৱাত আপোনালোকৰ দিহা পৰামৰ্শ দিব বুলি আশা কৰিলো ।

(প্ৰথম হোৱাৰ বাবে হয়তো video তো কৰাত কৰোৱাত ক্ৰুতি থাকিব পাৰে আপোনালোকে দেখুৱাই দিলে ভাল পাম ।)

Address

Batadrava Than Road
Nagaon
782122

Website

Alerts

Be the first to know and let us send you an email when নিৰিবিলি আড্ডা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category