Real Info

Real Info সত্যৰ সন্ধানত অবিৰত যাত্ৰা ৷ যিকোনো ঘটনা বা তথ্যৰ প্ৰকৃত সত্য জানিবলৈ আমাৰ সৈতে সংযোগ থাকক ৷ ধন্যবাদ

'বাংলাদেশীয়ে ঘৰত বাংলাদেশী ভাষা কৈ লোকপিয়লত অসমীয়া লিখি লাভ নাই। লোকপিয়লত অসমীয়া বুলি লিখিলে অসমীয়া নহয় বাংলাদেশী'।- মুখ...
13/06/2026

'বাংলাদেশীয়ে ঘৰত বাংলাদেশী ভাষা কৈ লোকপিয়লত অসমীয়া লিখি লাভ নাই। লোকপিয়লত অসমীয়া বুলি লিখিলে অসমীয়া নহয় বাংলাদেশী'।- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া =>ভাৰতীয় বায়ুসেনাৰ এ এন-৩২ বিমানখন যোৰহাটত দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে...
13/06/2026

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া =>

ভাৰতীয় বায়ুসেনাৰ এ এন-৩২ বিমানখন যোৰহাটত দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে অতি ব্যথিত কৰি তুলিছে৷ বিমানখনত থকা দেশৰ পাঁচগৰাকী সাহসী বায়ুসেনা জোৱানৰ অকাল বিয়োগৰ খবৰটিয়ে গভীৰভাৱে মর্মাহত কৰি তুলিলে। মাতৃভূমিৰ সেৱাত আত্মনিয়োগ কৰি স্কোৱাড্ৰন লীডাৰ প্ৰশান্ত সিং, ফ্লাইট লেফটেনেণ্ট শুভম কুমাৰ, ছাৰ্জেণ্ট জিতেন্দ্ৰ শৰ্মা, অগ্নিবীৰবায়ু খেমাৰাম কুমাৱট আৰু অগ্নিবীৰবায়ু ডেনিছ আলমে দেশৰ বাবে যি সৰ্বোচ্চ ত্যাগ আগবঢ়াই গ’ল, সেয়া ভাৰতবৰ্ষই চিৰদিন মনত ৰাখিব৷

এই অপূৰণীয় ক্ষতিৰ মুহূর্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। অসমবাসীৰ হৈ এই বীৰ সন্তানসকলক গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ।

এই গভীৰ শোকৰ সময়ত অসম চৰকাৰ আৰু অসমবাসী প্ৰতিজন বীৰজোৱানৰ পৰিয়ালৰ কাষত আছে আৰু সদায় থাকিব। তেখেতসকলৰ ত্যাগ আৰু দেশপ্ৰেম চিৰদিন অম্লান হৈ থাকিব।

ৰাজেশ শৰ্মাৰ ইমান ঘৃনা মুছলমানৰ প্ৰতি। গাজা, পেলেস্থাইনৰ মুছলমানক শেষ কৰাৰ চিন্তা কৰে। নিয়তীৰ পৰিহাস ইজৰায়েল বন্ধু আমেৰি...
13/06/2026

ৰাজেশ শৰ্মাৰ ইমান ঘৃনা মুছলমানৰ প্ৰতি। গাজা, পেলেস্থাইনৰ মুছলমানক শেষ কৰাৰ চিন্তা কৰে। নিয়তীৰ পৰিহাস ইজৰায়েল বন্ধু আমেৰিকাৰ গুলিত তেওঁৰ পুত্ৰ আদিত্য শৰ্মা নিহত হয়। ভাৰতীয় তিনিজন নাৱিকৰ ভিতৰত আদিত্য শৰ্মা এজন !!

12/06/2026

এগৰাকী অভিভাৱকৰ আহ্বান --->

(A million thanks to You, O Allah)....

মই সৰু স্কুলীয়া লৰা-ছোৱালীৰ অভিভাৱক সকলক আটাইকে অনুৰোধ জনাব বিচাৰোঁ যে ল'ৰা ছোৱালীৰ স্কুলৰ ওচৰে-পাঁজৰে থকা দোকানী সকলে কি কি সমগ্ৰী বেচি আছে তাৰ অনুসন্ধান কৰা টো প্ৰতি জন অভিভাৱকৰ দায়িত্ব আৰু কৰ্ত্তব্য বুলি মই ভাবো l

সেই বোৰ সামগ্ৰী অপোনাৰ সন্তানৰ জীবন ধংস কৰি পেলাব পাৰে l ই খোৱা বস্তু বা খেলা বস্তও হব পাৰে l

যাৰ ভুক্তভোগী মই যোৱা 9/6/2026 ভুগিব লগা হৈছে l

গতিকে সকলোৱে সাৱধান।

12/06/2026

ভাৰতীয় ফুটবল দলে ফিফা ফুটবল বিশ্বকাপত খেলাৰ যোগ্যতা নেপালে কি হ'ব এইবাৰ চাৰিজন ভাৰতীয় মূলৰ ফুটবলাৰে বিভিন্ন দেশৰ হৈ বিশ্বকাপত অংশগ্ৰহণ কৰিব। নিউজিলেণ্ডৰ হৈ খেলিব পাঞ্জাবী মূলৰ ছাৰপ্ৰীত সিংহ, অষ্ট্ৰেলিয়াৰ হৈ খেলিব তামিল মূলৰ নিছান ভেলুপিল্লাই, আফ্ৰিকাৰ ডি.আৰ. কংগোৰ হৈ খেলিব আকৌ তামিল মূলৰ ছেমুৱেল মৌতৌছেমি আৰু কাতাৰৰ হৈ খেলিব মালেয়ালী মূলৰ তাহছিন মহম্মদ জামছিদ। এতিয়া প্ৰশ্ন হ'ল কওকচোন বিশ্বকাপত খেলা ভাৰতীয় মূলৰ প্ৰথমজন ফুটবলাৰ কোন আছিল?

10/06/2026

মেচি, ৰোনাল্ডো, নেইমাৰ আদি খেলুৱৈ সকলে গোটেই বিশ্বত দেশৰ নাম জিলিকাই তুলিছে অথচ কোনো খেলুৱৈ ৰাজনীতিত প্ৰৱেশ নকৰে৷ কাৰণ কি?

নাজানো ছোৱালীজনীৰ নাম কি ,নাজানো ক'ত বা ঘৰ! ভিডিঅ' এটাত দেখিলোঁ তেওঁ হেনো তিনিটাকৈ ভায়েক ভনীয়েকৰ অভিভাৱক।       এখন কা...
04/06/2026

নাজানো ছোৱালীজনীৰ নাম কি ,নাজানো ক'ত বা ঘৰ! ভিডিঅ' এটাত দেখিলোঁ তেওঁ হেনো তিনিটাকৈ ভায়েক ভনীয়েকৰ অভিভাৱক।

এখন কান্ধত অধ্যয়ণৰ বোজা আনখন কান্দত ভায়েক ভনীয়েকৰ দায়িত্ব। সৰু সৰু কান্ধ দুখনত দুটি গধুৰ দায়িত্বৰ বোজা।

মাজে মাজে ভাগৰে হেনো তাই। মাজে মাজে এইদৰেই ভায়েকক কোলাত লৈ তাইও খন্তেক শ্ৰেণীকোঠাতেই শুই যায়।

এচি ৰূমত তাইৰে একাংশ সমনীয়াই অধ্যয়ন কৰে। তাইৰ বয়সৰে একাংশক মাক দেউতাকে এতিয়াও চামুচেৰে খুৱাই।

ৰাজ্যৰ চৰকাৰী বিদ্যালয়ত এইধৰণৰ ছাত্ৰ ছাত্ৰীৰ বহুতো আছে,যাৰ জীৱন কেৱল অধ্যয়ণতে সীমিত নহয়। সৰুৰেপৰা অৰ্থনৈতিক কাম- কাজ আৰু ঘৰুৱা দায়িত্বও সিহঁতে মূৰ পাতি লয়।

চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ৰিজাল্ট সেইয়ে ব্যক্তিগত নামী বিদ্যালয়বোৰ সৈতে তুলনা কৰি লাভ নাই। একাংশৰ কাৰণে য'ত শিক্ষা কেৱল মাৰ্কছিটতে সীমাবদ্ধ আন একাংশৰ বাবে আকৌ "শিক্ষা জীৱনৰ বাবে " হয়।

এই যে ছৱিত দেখা ছোৱালীজনীৰ এইটো অৱস্থা তাৰ বাবে জানো সচেতন মহলৰ কৰণীয় নাই।শ্ৰেণী বৈষম্য থকালৈকে এইবোৰ দৃশ্য তেনেই সুলভ হেয়ে থাকিব।

@সংগৃহীত

আপোনাৰ মতামত?
01/06/2026

আপোনাৰ মতামত?

২০২৬ চনৰ IPL ৰ Champion RCB লৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ।
31/05/2026

২০২৬ চনৰ IPL ৰ Champion RCB লৈ বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ।

এইবাৰ গৰু নহয়, ঈদৰ কোৰবানিৰ বাবে অনা উট জব্দ কৰিছে আৰক্ষী প্ৰশাসনে ৷ ঘটনা ধেমাজিৰ…আপোনাৰ মতামত ...... ?
27/05/2026

এইবাৰ গৰু নহয়, ঈদৰ কোৰবানিৰ বাবে অনা উট জব্দ কৰিছে আৰক্ষী প্ৰশাসনে ৷ ঘটনা ধেমাজিৰ…

আপোনাৰ মতামত ...... ?

Address

Chandmari Road
Nagaon

Alerts

Be the first to know and let us send you an email when Real Info posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share