Live Khabar 24 digital

Live Khabar 24 digital Northeast's Digital Media Network

28/08/2026

বাবা পৰশুৰাম সমাজ বলবম আদৰণি অনুষ্ঠান

22/08/2026

1 ইণ্ডিয়া‎‎ ফেশ্বনে নগাঁৱৰ গ্ৰাহক সকলৰ বাবে লৈ আহিছে ৰাশি বন্ধনৰ বিশেষ অফাৰ

16/08/2026

নগাঁও বিশ্ববিদ্যালয় লক্ষ্মীনাথ বেজবৰুৱা সভাগৃহত আজি সাহিত্যচাৰ্য যজ্ঞেশ্বৰ শৰ্মাৰ "কণিকা" পদ্যপুথি নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয় ।

10/08/2026

নগাঁও জিলা ন্যায় সেৱা প্ৰাধিকৰণৰ উদ্যোগত পশ্চিম নামৰৰ টেপৰআটি প্ৰাথমিক বিদ্যালয়ত বাল্যবিবাহ প্ৰতিৰোধ, নাৰী নিৰ্যাতন আৰু ড্ৰাগছ নিৰ্মূলৰ বিষয়ত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।

10/08/2026

▶️নগাঁও জিলা শ্বহীদ ভৱনত ৰবিবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়

▶️উক্ত সভাখনতেই এখনি সংবাদমেলৰ আয়োজন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই

06/08/2026

▶️ নগাঁৱৰ শ্ৰী পঞ্চমুখী হনুমান মন্দিৰত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন

▶️ ড° বৈভৱ জেঠানীৰ উদ্যোগত ৰোগীসকলৰ কাৰণে ডাইবেটিছ আৰু প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগৰ চিকিৎসা বিনামূলীয়া চিকিৎসা কৰা হয়

▶️ উল্লেখ্য যে এই বিনামূলীয়া চিকিৎসা শিবিৰত প্ৰায় ৫০ গৰাকী ৰোগীক চিকিৎসা কৰা হয়

02/08/2026

নিৰৱে গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে শিঙিয়া সমবায় সমিতিৰ উপ-সভাপতি তফাজুল হক মৰলে।

:গছপুলি ৰোপণে প্ৰকৃতিৰ সৌন্দৰ্য্য বৃদ্ধি কৰে, বায়ু বিশুদ্ধ কৰে আৰু প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা কৰে। এইজন হৈছে শিঙিয়া সমবায় সমিতিৰ উপ সভাপতি তফাজুল হক মৰলে।

01/08/2026

➡️এথলেটিকছত উজলিল কামপুৰৰ নিদ্ৰশনা লস্কৰ

➡️নলবাৰীৰ সৰিয়হতলীস্থিত ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হৈছে ৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপ।

31/07/2026

🛑 এথলেটিকছত সোণৰ পদক কস্তুৰি বিশ্বাসৰ

🔹 নলবাৰীৰ সৰিয়হতলী ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত ৪৭ সংখ্যক আন্তঃজিলা জুনিয়ৰ আৰু ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপত উজলিল নগাঁৱৰ কস্তুৰি বিশ্বাস।

🔹 ১৪ বছৰ অনুৰ্ধ্ব Triathlon-A ইভেণ্টত শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াই কস্তুৰিয়ে প্ৰথম স্থান অধিকাৰ কৰি সোণৰ পদক অৰ্জন কৰে।

🔹 কামপুৰৰ পাচনিজাৰ গাঁৱৰ কস্তুৰি বিশ্বাসৰ এই সাফল্যই গাঁওখনৰ লগতে সমগ্ৰ নগাঁও জিলালৈ কঢ়িয়াই আনিছে গৌৰৱ।

🔹 সৰুৰে পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কস্তুৰিয়ে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছে আৰু নিজৰ প্ৰতিভাৰে ইতিমধ্যে সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

🔹 কস্তুৰিৰ এই কৃতিত্বত পৰিয়াল আৰু গাঁওবাসীৰ মাজত আনন্দৰ সৃষ্টি হোৱাৰ লগতে ভৱিষ্যতে আৰু অধিক সফলতা লাভ কৰাৰ আশা প্ৰকাশ কৰিছে সকলোৱে।

30/07/2026

বানপীড়িতৰ কাষত ৰজাগাঁও বৰ নামঘৰৰ মহিলা সমিতি ‘সহায় অসম’ৰ জৰিয়তে আগবঢ়ালে সাহায্য

Address

Katimari Grant
Nagaon
782002

Website

Alerts

Be the first to know and let us send you an email when Live Khabar 24 digital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share