Harsh*ta's daily life

Harsh*ta's daily life দৌৰি ভাল পোৱা ছোৱালী মই ~ runner🏃

~ জীৱনত বিচাৰিলেই সকলো পোৱা নাযায়।

~⭐~harsh*ta😩

28/07/2026

👟👟 নতুন জোতা এযোৰ পিন্ধিবলৈ পালে কিমান যে ফূৰ্তি লাগে সেইয়া কেৱল running কৰা লৰা-ছোৱালীয়ে হে জানে 🥹🥹




25/07/2026

বৰ গৰম ✅




সকলোৰে এটাই প্ৰশ্ন - তুমি ssc gd ত কিমান নম্বৰ পাবলৈ সক্ষম হলা ? এতিয়া কথা টো হল যে -  মই কিমান পালোঁ ? 🥹🥺মই আচলতে আপোন...
19/07/2026

সকলোৰে এটাই প্ৰশ্ন - তুমি ssc gd ত কিমান নম্বৰ পাবলৈ সক্ষম হলা ? এতিয়া কথা টো হল যে - মই কিমান পালোঁ ? 🥹🥺মই আচলতে আপোনালোকক জনাব বিচৰা নাই যে মই কিমান পালোঁ ! কাৰণ মানুহৰ নজৰ লাগি যায় । হয় নে নহয় কওকচোন বাৰু নজৰ লাগে নে নালাগে ? মই আগৰ ভিডিঅ বোৰত এনেকুৱা comment বহুত পাইছোঁ যে তুমি running কৰিছা ঠিকেই কিন্তু ভিডিঅ বনাই মানুহক দেখুওৱা টো জানো দৰকাৰী ? 🥺🥹
তথাপিও বাৰু মই কিমান নম্বৰ পাইছোঁ যেন লাগে বাৰু আপোনালোকে comment কৰকচোন , যাৰ মই পোৱা নম্বৰ সৈতে মিলিব তেওঁৰ comment মই like react কৰিম ।




আজি কালি মনটো একেবাৰে ভাল নলগা হৈছে এইফালে future ৰ tension আনফালে টকা পইচাৰ অভাৱ।🥹💔ভগৱান ! অলপ সোনকালে সফল কৰি দিয়ক .....
18/07/2026

আজি কালি মনটো একেবাৰে ভাল নলগা হৈছে এইফালে future ৰ tension আনফালে টকা পইচাৰ অভাৱ।🥹💔
ভগৱান ! অলপ সোনকালে সফল কৰি দিয়ক ...
নাজানো ভাগ্যত আছে নে নাই বা 🥺🪖🇮🇳




SSC GD constable 2026 একো update দিয়া নাই যে কিয় ?? 🪖💀কেতিয়া update দিব বাৰু কিবা অনুমান কৰিছে নেকি আপোনালোকে ? 🇮🇳   ...
16/07/2026

SSC GD constable 2026 একো update দিয়া নাই যে কিয় ?? 🪖💀
কেতিয়া update দিব বাৰু কিবা অনুমান কৰিছে নেকি আপোনালোকে ? 🇮🇳




Address

Nagaon
782001 TO 782003

Website

Alerts

Be the first to know and let us send you an email when Harsh*ta's daily life posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share