R M LIVE 24×7

R M LIVE 24×7 সদায় সত্যটো ৰাইজৰ মাজত দাঙি ধৰা হৈছে আৰ এম লাইভৰ কাম

বিজেপিৰ ৰূপহী মণ্ডলৰ সকলোবোৰ কাৰ্যনিৰ্বাহক সভাত ৰ ফটো
25/01/2026

বিজেপিৰ ৰূপহী মণ্ডলৰ সকলোবোৰ কাৰ্যনিৰ্বাহক সভাত ৰ ফটো

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়...
24/01/2026

ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি দলৰ ৰাজ্যিক কাৰ্যালয়ত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শ‌ইকীয়া ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত এখন যোগদান কাৰ্যসূচীত ৰাজ্যৰ বহুকেইজন যুৱ আৰু ছাত্ৰ নেতা, বিশিষ্ট ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

আজিৰ যোগদান কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা ডাঙৰীয়া, অসম চৰকাৰৰ বিত্ত বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য সচিব হেমন্ত কুমাৰ দেউৰী ডাঙৰীয়া, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মনোজ কুমাৰ মহন্ত ডাঙৰীয়া, যুৱ গায়িকা ত্ৰুণ শৰ্মা ডাঙৰীয়ানী সহিতে বিভিন্ন ছাত্ৰ যুৱ সংগঠনকে ধৰি বিভিন্ন ক্ষেত্ৰত নেতৃত্ব লোৱা শতাধিক বিশিষ্ট ব্যক্তিয়ে আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে।

02/01/2026

ৰূপহী পৰিবৰ্তন লাগে ৰাইজৰ নুৰুল হুদা ৰ বিৰুদ্ধে বিস্ফোৰণ মন্তব্য কৰে এজন শিক্ষত যোৱক মিনহাজুল ইছলাম (আলম)

24/12/2025

ৰূপহী ৰাইজৰ হৈ যুব সমাজ ওলাই আহিছে এইবাৰ নুৰুল হুদা ক চিৰবিদায় জনাবলৈ হাজাৰ হাজাৰ যুৱক আহি আছে ।

20/12/2025

সঁচা নেকি কংগ্ৰেছৰ ৰূপহীহাট পৰা গুচি যাব নেকি ৰাইজৰ কয় আছোঁ পৰিবৰ্তন হ'ব বুলি একাধিক মানুহৰ মাজত চৰ্চাৰ চলিছে আছে

নাবালক শিশুক অবৈধভাৱে বিপজ্জনক কামত নিয়োগ কৰি সংঘটিত গুৰুতৰ দুৰ্ঘটনাৰ এজন শিক্ষকৰ কাৰণে ১৭ বছৰীয়া শিশুটিৰ সো-হাতখন কাটি ...
18/12/2025

নাবালক শিশুক অবৈধভাৱে বিপজ্জনক কামত নিয়োগ কৰি সংঘটিত গুৰুতৰ দুৰ্ঘটনাৰ
এজন শিক্ষকৰ কাৰণে ১৭ বছৰীয়া শিশুটিৰ সো-হাতখন কাটি বিচ্ছিন্ন হৈ যায়।



কংগ্ৰেছৰ ভাবিব নোৱাৰা কাম বি জে পি কৰি আছে
11/12/2025

কংগ্ৰেছৰ ভাবিব নোৱাৰা কাম বি জে পি কৰি আছে

Address

Nagaon Juria Kawaimari Rupahihat
Nagaon
782124

Alerts

Be the first to know and let us send you an email when R M LIVE 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share