SandhyaTara

SandhyaTara ৰাইজৰ সেৱাত, প্ৰতিদিন প্ৰতিপল

10/05/2026

📌 চিকিৎসকৰ অভাৱত জৰ্জৰিত নামতি আলি আয়ুষ্মান আৰোগ্য মন্দিৰ
📌 দুজন চিকিৎসকৰ ওপৰত শতাধিক ৰোগীৰ চিকিৎসাৰ বোজা
📌 স্বাস্থ্যসেৱাৰ অব্যৱস্থা লৈ ক্ষোভ বৃহত্তৰ নামতি অঞ্চলৰ ৰাইজৰ

📌 ১২ মে’ৰ পুৱা ১১.৪০ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ
10/05/2026

📌 ১২ মে’ৰ পুৱা ১১.৪০ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শপতগ্ৰহণ

10/05/2026

📌 কাৰ্বি আংলং জিলাৰ শিলনি নদীত দুৰ্ঘটনা
📌 ১৯ বছৰীয়া যুৱকৰ মৃত্যু, অব্যাহত উদ্ধাৰ অভিযান

10/05/2026

📌 নগাঁও মৰিকলঙত উত্তপ্ত পৰিস্থিতি
📌 চিকিৎসক পত্নীৰ মৃ*ত*দে*হ বাসগৃহলৈ অনাৰ পিছতেই ক্ষুব্ধ ৰাইজে অৱৰোধ কৰে পথ
📌 আজি মৃ*ত্যু হৈছিল মৰিকলঙৰ ডকাইতি কাণ্ডত আহত ৰূপৰেখা ভূঞাৰ

10/05/2026

📌 লোকভৱনৰ পৰা উমানন্দ দৰ্শন জে পি নাড্ডা আৰু নাইব সিং ছৈনীৰ

📌 অভিনেতাৰ‌ পৰা মুখ্যমন্ত্ৰীলৈ📌 তামিলনাডুত বিজয় চৰকাৰৰ আৰম্ভনি...
10/05/2026

📌 অভিনেতাৰ‌ পৰা মুখ্যমন্ত্ৰীলৈ
📌 তামিলনাডুত বিজয় চৰকাৰৰ আৰম্ভনি...

📌লোক ভৱনত ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ📌চৰকাৰ গঠনৰ প্ৰস্তাৱ ৰাজ্যপালক
10/05/2026

📌লোক ভৱনত ৰাজ্যপালক সাক্ষাৎ বিজেপিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মাৰ
📌চৰকাৰ গঠনৰ প্ৰস্তাৱ ৰাজ্যপালক

10/05/2026

📌 মৰিকলং ডকাইতি কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ নগাঁও আৰক্ষীৰ
📌 নগাঁও আৰক্ষীয়ে লখিমপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে তিনিটাকৈ ডকাইতক
📌 আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত তিনিটা হৈছে ৰাজিবুৰ ৰহমান, ৰেজ্জাক আলী আৰু নুৰ হুছেইন আলী

📌 দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা📌 সৰ্বসন্মতিক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মাক NDAৰ বিধায়িনী দলৰ নেতা...
10/05/2026

📌 দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হ'ব ড০ হিমন্ত বিশ্ব শৰ্মা
📌 সৰ্বসন্মতিক্ৰমে ড০ হিমন্ত বিশ্ব শৰ্মাক NDAৰ বিধায়িনী দলৰ নেতা নিৰ্বাচিত

📌 আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম
10/05/2026

📌 আজি আনুষ্ঠানিকভাৱে ঘোষণা হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম

📌 নগাঁৱৰ কঠিয়াতলীত নিশা ভয়ংকৰ দুৰ্ঘটনা 📌 তীব্ৰবেগী মালবাহী ট্ৰাকে মহতিয়াই নিয়ে চাইকেল আৰোহীক 📌 দুৰ্ঘটনাত থিতাতে নিহত ...
10/05/2026

📌 নগাঁৱৰ কঠিয়াতলীত নিশা ভয়ংকৰ দুৰ্ঘটনা
📌 তীব্ৰবেগী মালবাহী ট্ৰাকে মহতিয়াই নিয়ে চাইকেল আৰোহীক
📌 দুৰ্ঘটনাত থিতাতে নিহত নিৰঞ্জন নাথ (পদুম) নামৰ এজন লোক
📌 সংকটজনক অৱস্থাত চিকিৎসাধীন কৃষ্ণ মিলিক নামৰ আন এজন লোক
📌 লোক দুজনৰ ঘৰ কঠীয়াতলী কঠালগুৰীত বুলি জানিব পৰা গৈছে

Address

Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when SandhyaTara posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category