AJS info hub

AJS info hub ✅ প্রকৃত তথ্য ✅ অসমৰ খবৰ, প্ৰথমে ajs info hub ত ✅ আপোনাৰ বিশ্বাস, আমাৰ প্ৰতিশ্ৰুতি ✅ আপোনাৰ ভাষাত, আপোনাৰ খবৰ

26/08/2026

🔸 নেপাল বিধ্বস্ত হৈ গ’ল
🔸তিব্বতৰ পৰা নামি অহা পানীয়ে নেপাল বিধ্বস্ত কৰিলে

26/08/2026

নেপালত ভয়ংকৰ পৰিস্থিতি

26/08/2026

"ৰাহুল গান্ধী পাগল হয়, পাগলৰ কথা মই চর্চা নকৰো : মুখ্যমন্ত্ৰী

26/08/2026

লাচিত সেনাৰ সৈনিক মানস জ্যোতি চেতিয়াৰ ন*শ্ব*ৰ দে*হ বাসগৃহলৈ অনাৰ সময়ত শৃংখল চলিহাৰ মন্তব্য -

25/08/2026

🔸‘হিমন্ত বিশ্ব শৰ্মাক মই জানি-বুজি পানীত নমাই দিছিলোঁ’ ।
🔸পানীত নমাই ভাবিছোঁ আজি মজা ওলাই গৈছে ।
🔸হিমন্ত বিশ্ব শৰ্মাই মুখত মেক আপ কৰি আহে : অখিল গগৈ

25/08/2026

🔸গুৱাহাটী মহানগৰীৰ একাংশ ফাৰ্মাচী কেনেদৰে চলি আছে
🔸 কোনোধৰণৰ prescription নথকা কৈ তেওঁলোকে ৰোগীবোৰক বেজি,চেলাইন দিয়ে
🔸ইয়াৰ উপৰিও যিবোৰক professional বুলি কৈ তেওঁলোকে বেজি চেলাইন সমূহ দিব দিয়ে ,
🔸 সেই ব্যক্তিৰ নাই কোনোধৰণৰ ডিগ্ৰী, ডিপ্লমা বা প্ৰয়োজনীয় নথি পত্ৰ l
🔸ফাৰ্মাচীৰ গৰাকীৰ নাই কোনোধৰণৰ ফাৰ্মাচীৰ বিষয়ত জ্ঞান, কাৰোবাৰ ফাৰ্মাচী License খন ভাড়াত লৈ যেনেকৈ তেনেকৈ মইমতালিৰে ফাৰ্মাচীৰ সঠিক নথি পত্ৰ নোহোৱালৈ ফাৰ্মাচী চলাই আছে এওঁলোকে l



#জয়আইঅসম

25/08/2026

🔸বান পীড়িত ৰাইজক উপযুক্ত ক্ষতিপূৰণ দিব লাগিবই
🔸ইনক্লাৱ জিন্দাবাদ Akhil Gogoi

24/08/2026
24/08/2026

🔸'হিন্দু মহিলাৰ লগত এনেধৰণৰ কৰ্ম কৰিবলৈ অনা অসমীয়াই ক'ত সাহস পালে

Address

Ghanhi Majgaon
Nagaon
782144

Alerts

Be the first to know and let us send you an email when AJS info hub posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share