NB LIVE

NB LIVE হাঁহি-কান্দোন ,প্ৰাপ্তি-বঞ্চনা সকলো সামৰি ,নিৰ্ভৰযোগ্য ,নিৰপেক্ষ আৰু সময়োপযোগী উপস্থাপনৰ সদাসষ্টম সংকল্পেৰে আপোনাৰ কাষত

11/06/2026

10/06/2026

      Raju Mesh
10/06/2026

Raju Mesh

10/06/2026

কামৰূপৰ বকোৰ ছমৰীয়া সত্ৰত ৰংমন ’ৰ মঞ্চত জনপ্ৰিয় কণ্ঠশিল্পী দিক্ষুৰ সংগীতানুষ্ঠান

09/06/2026

08/06/2026

শপত গ্ৰহণৰ পাছত সোমবাৰে প্ৰথমটো উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰে বকো ছয়গাঁও সমষ্টিৰ নৱ নিৰ্বাচিত বিজেপি বিধায়ক ৰাজু মেচে৷ নগৰবেৰাৰ পিজুপাৰা আৰু হেকৰাত দুটাকৈ পথৰ শুভাৰম্ভণি কৰে বিধায়ক গৰাকীয়ে৷
ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন(SOPD) পুঁ‌জিৰ অধীনত ‘পিজুপাৰা পালপাৰাৰ পৰা বিদ্যানগৰ বজাৰলৈ আৰু ‘হেকৰাৰ পৰা দলাগাঁৱ’লৈ যোৱা পথ দুটাৰ শুভাৰম্ভণি কৰে৷ শুভাৰম্ভণি অনুষ্ঠানত লোকনিৰ্মাণ বিভাগৰ এছ ডি অ’ ছাইফুদ্দিন আহমেদ, নগৰবেৰা মণ্ডল বিজেপিৰ সভাপতি গিৰিৰাজ তিমচিনাৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে

    Raju Mesh
08/06/2026

Raju Mesh

07/06/2026

ভুমিকম্প

Address

Nagarbera Kamrup
Nagarbera
781127

Telephone

7896931588

Website

Alerts

Be the first to know and let us send you an email when NB LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share