N8 AXOM

N8 AXOM Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from N8 AXOM, Media/News Company, Nagarbera, Nagarbera.

আপোনালোকৰ বাবে লৈ আহিছো বিশ্বৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া বাতৰি, ব্ৰেকিং আপডেট, আৰু গভীৰ কাহিনী। অৱগত থাকক, সংযুক্ত হৈ থাকক। বিশ্বাসযোগ্য বাতৰিৰ বাবে আপোনাৰ উৎস,24×7

17/03/2026

✨ধিঙত অসম গণ ৰ্যপৰিষদৰ প্ৰাৰ্থীত্বৰ দৌৰত ৰিজাউল হক
✨সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ জনতা
✨বৃদ্ধৰ পৰা যুৱকলৈকে বৰ্তমান এটাই চৰ্চা সেয়া হৈছে ৰিজাউল হক

16/03/2026

মাজনিশা ৰাস্তাত পৰি থকা প্ৰকাণ্ড গছ আতৰাইছে আলোপতি আৰক্ষীৰ সঁজাতি দলটোৱে।
অভিযান অব্যাহত গা/ঞ্জা বিৰোধী।

16/03/2026

বস্তাই বস্তাই গা/ঞ্জা জব্দ আলোপতি আৰক্ষীৰ।
ধন্যবাদ জ্ঞাপন কৰিছে শ শ ৰাইজে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া #উজ্জ্বল_পেগু_ #ডাঙৰীয়াক।
মাজনিশা শিলা বৃষ্টি, বিজুলীক নেউচি আলোপতি আৰক্ষীৰ গা/ঞ্জা বিৰোধী অভিযান।

08/03/2026

আকৌ আলোপতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত ভাতনাপাইতিত ৪ কিলোৰো অধিক গা/ঞ্জা সহ আ/টক কৰে ব্যৱসায়িক জনক।
সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে OC উজ্জ্বল পেগুক, কিন্তু এতিয়া প্ৰশ্ন প্ৰতিদিনেই চলি থাকিবনে আৰক্ষীৰ বৃহৎ অভিযান।

05/03/2026

#বিধায়ক_আশ্ৰাফুলক বান্ধি থোৱাৰ হুংকাৰ ভোটাৰ ৰাইজৰ।
মাজ বাটত #তিনিদিন_বান্ধি_ৰাখিব বিধায়ক আশ্ৰাফুল হুছেইনক।
অকল নিজৰ উন্নয়নত ব্যস্ত নেকি বিধায়ক #আশ্ৰাফুল_হুছেইনে।

02/03/2026

👉ইফতাৰ কৰিবলৈ যোৱাটোৱেই কা*ল হ'ল এটা পৰিয়ালৰ।
👉ৰমজান মাহৰ ১১ তম দিনত এটা পৰিয়ালত পলকতে নামি আহিল কা*ন্দোনৰ ৰোল।

02/03/2026

মধ্যপ্ৰাচ্যত দিনক দিনে জটিল হৈ পৰিছে পৰিস্থিতি। Iran আৰু Israelৰ মাজত চলি থকা সামৰিক উত্তেজনাই বিশ্বজুৰি উদ্বেগ বৃদ্ধি কৰিছে। শেহতীয়াকৈ হোৱা ক্ষেপণাস্ত্ৰ আক্রমণ আৰু পাল্টা আক্রমণৰ ফলত অঞ্চলটোত যুদ্ধৰ আশংকা অধিক তীব্ৰ হৈ উঠিছে।

28/02/2026

✍️ৰমজান মাহৰ দিন দুপৰতে ৬ বছৰীয়া ফুলকুমলীয়া ছোৱালীক অপ*হৰণ কৰাৰ প্ৰচেষ্টা।
✍️ছোৱালী জনীৰ মমায়েকে উদ্ধা*ৰ কৰিবলৈ যোৱাত আক্ৰ*মণ কৰে আছকেৰ আলী নামৰ অপহৰণকাৰী জনে।

28/02/2026

ধিং সমষ্টিত কংগ্ৰেছ দলৰ টিকটক লৈ এক হুলস্থুলীয়া পৰিৱেশ,কোনে পাব ধিঙত কংগ্ৰেছ দলৰ টিকট।

27/02/2026

গা*ঞ্জাৰ বি*ৰুদ্ধে আলোপতিচৰ আৰক্ষীৰ অব্যাহত আছে অভিযান ।যোৱা নিশা গা*ঞ্জাৰ বিৰু*দ্ধে আলোপতিচৰ আৰক্ষীয়ে চলায় এক সফল অভিযান ।

23/02/2026

এইবাৰ বিধায়ক আশ্ৰাফুল হুছেইনক উভতি ধৰিলে ৰাইজৰ দলৰ নেতা মেহেবুব আলী ও লগতে মেহেবুব ফেন ক্লাৱৰ চেঙা সমষ্টিৰ পৃষ্ঠপোষক মহিবুল ইছলাম বুকুল।

22/02/2026

পাষ*ণ্ড পুত্ৰই সম্পত্তিৰ বাবে প্ৰা*ণ লোৱাৰ চে*ষ্টা বৃদ্ধ পিতৃ মাতৃৰ।

Address

Nagarbera
Nagarbera
781127

Alerts

Be the first to know and let us send you an email when N8 AXOM posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share