N8 TALKS

N8 TALKS Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from N8 TALKS, Media/News Company, Nagarbera.

আপোনালোকৰ বাবে লৈ আহিছো বিশ্বৰ বিভিন্ন প্ৰান্তৰ শেহতীয়া বাতৰি, ব্ৰেকিং আপডেট, আৰু গভীৰ কাহিনী। অৱগত থাকক, সংযুক্ত হৈ থাকক। বিশ্বাসযোগ্য বাতৰিৰ বাবে আপোনাৰ উৎস,24×7

22/09/2025

কলিয়াবৰত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি ।
কলিয়াবৰৰ লখনাবন্ধা প্ৰাথমিক বিদ্যালয়ৰ উদ্যোগত লখনাবন্ধা গাঁৱৰ সমূহ ৰাইজে গীতে মাতে জুবিন গাৰ্গক জনাই শ্ৰদ্ধাঞ্জলি।

22/09/2025

কলিয়াবৰত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ গভীৰ শ্ৰদ্ধাঞ্জলি।
কলিয়াবৰৰ নলতলী বৰ-নামঘৰৰ উদ্যোগত আৰু সমূহ নলতলী গাঁওবাসীৰ সহযোগত গীতে-মাতে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন।

21/09/2025

পাপন দা বেয়া পাইছোঁ তুমাক।
আজি গোটেই অসম কান্দি আছে, কিন্তু তুমি এবাৰো খবৰ নলোলা।
কেবল বহাগত টকাৰ বাবে আহা,আজি আপোনাক টকা নিদিয়ে নহয়।

21/09/2025

ৰাঙলুৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া ফিৰদৌচ আহমেদ ডাঙৰীয়াই কেইবাখন গাৱৰ কেইবা হাজাৰ অনুৰাগীৰ সৈতে প্ৰিয় শিল্পী গৰাকীক সামৰীক ময্যৰ্দাৰে শ্বদ্ধাঞ্জলী ঞ্জাপন কৰা দেখা যায় ৷

21/09/2025

প্ৰাণৰ লগৰী গু*চি গ’ল কেতিয়াও উভতি নহাৰ বাটেৰে...
কান্দোনত ভাগি পৰিছে গৰিমা গাৰ্গ

21/09/2025

অসমৰ কণ্ঠশিল্পী #মফিদা_মুনে কা*ন্দিছে আৰু গাইছে মায়াবিনি।আৰু উচপিছে চকুৰে নিগৰিছে পানী, সংখ্যালঘু অঞ্চলৰ এগৰাকী শিল্পী।
কা*ন্দি কা*ন্দি চকুত পা*নী নোহোৱা হৈছে।

21/09/2025

🔴কলিয়াবৰত হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ আ*ত্মাৰ চি*ৰশান্তি*ৰ বাবে নিশা গভীৰ শ্ৰদ্ধাঞ্জলি ।
🔴কলিয়াবৰ নলতলীৰ ব্যৱসায়ীক সন্থাৰ উদ্যোগত আৰু পশ্চিম কলিয়াবৰ বাসীৰ সহযোগত গীতে মাতে পদযাত্ৰা কৰি জুবিন গাৰ্গক জনাই শ্ৰদ্ধাঞ্জলি।

20/09/2025

জুবিন গাৰ্গৰ মৃ**ত্যুত শোকাকুল পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।

সংখ্যালঘু চৰাঞ্চল এলেকাত শ শ যুৱকে চাকী জ্ব*লাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে মায়াবিনি গানেৰে,চকুলো টু*কিছে আৰু গাইছে।

20/09/2025

জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি,স‍ংখ্যালঘু চৰাঞ্চলত ,মায়াবিনি গানেৰে শ্ৰদ্ধাঞ্জলি শ শ যুৱকৰ। সকলোৰে চকুৰে নিগৰিছে পানী,ক‌ইছে জুবিন বিহীন অসম।

20/09/2025

জুবিন গাৰ্গৰ মৃ**ত্যুত শোকাকুল পৰিবেশ বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত।

অসমীয়াৰ হিয়াৰ আমঠু, যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃ**ত্যু*ৰ খবৰে সমগ্ৰ ৰাজ্যবাসীক শো*কস্ত*ব্ধ কৰি তুলিছে।

20/09/2025

📌চেঙাৰ বাঘমাৰা চৰত হাৰ্টথ্ৰভ জুবিন গাৰ্গৰ একাজলী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

20/09/2025

জুবিনক সুঁৱৰি বলীউডৰ কণ্ঠশিল্পী ছানে পৰিবেশন কৰিলে বিশেষ সংগীত।

Address

Nagarbera
781127

Alerts

Be the first to know and let us send you an email when N8 TALKS posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share