SUJATA KARTIK

SUJATA KARTIK Through this page....how to preserve our abolish folk culture and how to introduce the hidden indigenous folk arts to the people.

নিজৰ ওপৰত ভৰষা থাকিলে সকলো সম্ভৱ 🎶🙂
30/11/2024

নিজৰ ওপৰত ভৰষা থাকিলে সকলো সম্ভৱ 🎶🙂

Sweet Memories 🥰
28/11/2024

Sweet Memories 🥰

25/10/2024

মানৱতাৰ গীত 🎶

Gulaper koli With Dikshu Da
10/05/2024

Gulaper koli With Dikshu Da

নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰক আৰু Give your valuable vote to the Right Person
19/04/2024

নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰক আৰু

Give your valuable vote to the Right Person

জনগোষ্ঠীসমূহৰ ধৰ্মীয় আৰু সামাজিক বিশ্বাস, ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ, জীৱন-ধাৰণৰ পদ্ধতি, কলা কৃষ্টি আৰু মনোৰঞ্জনৰ ওপৰত ...
01/04/2024

জনগোষ্ঠীসমূহৰ ধৰ্মীয় আৰু সামাজিক বিশ্বাস, ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰ, জীৱন-ধাৰণৰ পদ্ধতি, কলা কৃষ্টি আৰু মনোৰঞ্জনৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা সংস্কৃতি হ’ল লোকসংস্কৃতি।
বহু বেছি হয়তো জ্ঞাত বুলি নকওঁ কিন্তু জ্যেষ্ঠ গুৰুজনাৰ সকলৰ লগত চৰ্চ্চা কৰি আৰু যিমান পাৰিছো গৱেষণা কৰি পৰম্পৰা গীত সমূহক এলবাম আকাৰে সংৰক্ষণ কৰিবলৈ আগবাঢ়িছোঁ লগতে এটি গীতৰ কিতাপ, কাৰণ আজিৰ সময়ত জনপ্ৰিয়তাৰ ট্ৰেন্দিং ত সকলো খিনি লুপ্ত হোৱাৰ পথত। বয়স আৰু মঞ্চৰ সংখ্যা সদায় একে নাথাকে কিন্তু চিৰ স্থায়ী হয় ৰব চিৰ সেউজ গীতসমূহ ।আপোনালোকৰ সহযোগিতা আৰু আশীৰ্বাদ কামনা কৰিলোঁ।

24/03/2024

https://youtu.be/SZYCsKLvclc
হলী উপলক্ষ্যে এটি গীত ..... আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ , ওপৰত দিয়া লিংক টো ক্লিক কৰি শুনিব বুলি আশা ৰাখিলোঁ। পোনবাৰ আপোনালোক সকলোকে হলীৰ লগতে ফাকুৱা ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। Happy Holi

Address

Naharkatia
786610

Telephone

+918638713116

Website

Alerts

Be the first to know and let us send you an email when SUJATA KARTIK posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to SUJATA KARTIK:

Share