20/07/2025
এজন ব্যক্তি যাৰ নামেই এটা বৃহত অনুষ্ঠান যাৰ পৰিচয় নিৰ্ভিক,স্পষ্টবাদী আৰু কলমক গুৰুত্ব দিয়া স্বাভিমানী পুৰুষ নাহৰকটীয়া দীঘলাপথাৰৰ নিবাসী প্ৰয়াত ডামচাও বুলন শইকিয়া। প্ৰথম পৰিচয়তে যেন শব্দৰ মালিতাই শব্দৰ ৰঙালিচা হেলা ৰঙে পাৰি দিয়ে।নাহৰকটীয়াৰ সমাজ জীৱনত তেখেতৰ অবদান কিমান তাক হয়তু শব্দৰে সমাপন কৰিবলৈ মোৰ সিমান সামথ্য নাই কাৰণ তেওঁ এখন অ-ঘোষিত বৃহত্তৰ অসমীয়া সমাজ আছিল।য'ত ধৰ্ম,বৰ্ণ,জাতিৰ কোনো স্থান নাছিল আছিল কেৱল মানুহ প্ৰমুল্যৰ গুৰুপ্ত।নাহৰকটীয়াৰ সকলো স্তৰৰ মানুহে ব্যক্তিগত ভাৱে পৰিচিত আছিল। এক বজ্ৰ কণ্ঠৰ অধিকাৰী কবলৈ ভয় নকৰা নিৰ্ভিক ,স্পষ্টবাদী ব্যক্তিজন যেতিয়া আমাৰ তিনি-আলিৰ আদ্দাত লগ পাওঁ যেতিয়া তেওঁ শব্দৰে হৈতে ধেমালি কৰি কথাবোৰ যতিয়া কয় তেতিয়া কিবা কবিতা কবিতা যেন লাগে।তেওঁৰ যি যাত্ৰা এজন সংবাদ কৰ্মীৰ পৰা বৌধ ভিক্ষু,গন্থকাৰ,প্ৰবন্থকাৰ,কবি,সমাজ সংগঠক,নাহৰকটীয়া প্ৰেছ গ্লিল প্ৰতিষ্ঠাপক আদি কৈ শেষ নোহোৱা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সংগঠক যাৰ সমিক্ষ্যা কৰা আমাৰ যোগ্যতায়ে নাই তথাপিও তেওঁ পৰা পোৱা এটা স্পষ্ট পৰামৰ্শ আজিওঁ মনৰ মাজত সংপৃত হৈ আছে "সংগঠন কৰিছ ক'ৰ কিন্তুু হেও নহবি'! শেষত এটাই ক'ম নাহৰকটীয়াক প্ৰধান্য দিয়া এই ব্যক্তিজন কোনো মহাপুৰুষ বা মহান মনিষি নহয় কিন্তুুু তাতকৈ কমো নহয়।মানুহৰ মন জয় কৰা মানুহ জন সদায়ে আমাৰ মনত জীয়াই থাকিব।তেও কিন্তুু ৰাজনীতি কৰা নাছিলে সেইকাৰণে তেওঁ সকলোৰে প্ৰিয় হৈ আছিল।তেওঁ প্ৰতি থকা মোৰ শ্ৰদ্ধা,মৰম,ভালপোৱা এই দৰে প্ৰকাশ কৰিলোঁ।
Chao Bijoy Chandan Rajkonwar
Rudra Sagar Buragohain
Sagar Sonowal
Naba Saikia New
Chao Nabadeep Boruah