Akramul Bhai

Akramul Bhai Well come to my page❣️ please support me friends👈✅️✅️

25/09/2025

Good morning

Priya Rani

25/09/2025

Good morning

24/09/2025

Fully Active
আপোনালোকৰ follow কৰা Notification পালেই মূহুৰ্তত Follow back দিয়াটো নিশ্চিত।
💯
Back to Back

ঘৰৰ বাটত Ultra bus দি উঠাই আনি ২০০০ কৈ গাই পতি দিও এনেকুৱা মানুহ গোটাব নোৱাৰে । কি PR Team, কি IT cell , কত গল আজি হিন্দ...
23/09/2025

ঘৰৰ বাটত Ultra bus দি উঠাই আনি ২০০০ কৈ গাই পতি দিও এনেকুৱা মানুহ গোটাব নোৱাৰে ।

কি PR Team, কি IT cell , কত গল আজি হিন্দু - মুচলমান , কত গল ধনী দুখীয়া , কত গল VVIP Culture ???

জুবিন গাৰ্গ ক চাবলৈ না কোনোবাই বাছ দিব লগীয়া হৈছে , না প্ৰতি জনক ২০০ টকা মজুৰি দিয়া হৈছে । না অৰুণোদয় , কম্বল - সূতা কিম্বা বেলেগ বেলেগ আঁচনি ।

এয়াই জুবিন গাৰ্গে চাব বিচৰা সোনৰ অসম আৰু অসমীয়া ৰ ঐক্যতা ।

এই জন সমুদ্ৰ দেখাৰ পিছত আমেৰিকা ই ও ভাবিব চাগে জুবিন দেখোন মাইকেল জেকচন তকৈ ও উৰ্দ্ধত ।

কথাখিনি ভাল লাগিল ফটোসহ লেখাখিনি সংগ্ৰহ কৰিলো দাদা ৰ পৰা 🙏
...

জুবিন দা তুমি অমৰ আকৌ যেন সোনকালেই আমাৰ মাজলৈ ঘূৰি আহা 🙏🙏🙏🙏😭😭😭জয় জুবিন দা
23/09/2025

জুবিন দা তুমি অমৰ আকৌ যেন সোনকালেই আমাৰ মাজলৈ ঘূৰি আহা 🙏🙏🙏🙏😭😭😭
জয় জুবিন দা

21/09/2025

Good morning
Everyone 🌸

21/09/2025
বিদেশৰ মানুহে পোষ্ট কৰিছে আমাৰ জুবিন দাৰ বিষয়ে আৰু আমি পোষ্ট কৰিলে views ৰ বাবে ন ঠেক মনৰ মানুহ বিলাক....... আমাক আমি হ...
20/09/2025

বিদেশৰ মানুহে পোষ্ট কৰিছে আমাৰ জুবিন দাৰ বিষয়ে আৰু আমি পোষ্ট কৰিলে views ৰ বাবে ন ঠেক মনৰ মানুহ বিলাক....... আমাক আমি হিংসা কৰোঁ বাবে আমাৰ জাতিৰ উন্নতি হোৱা নাই..... জুবিন দা তেনেকুৱা নাছিল বাবে তেওঁক সকলোৱে ভাল পাই, তেওঁৰ গানক সকলোৱে ভাল পাই..... যিমান পাৰে জুবিন দাৰ ফটো পোষ্ট কৰক...... জানক সকলোৱে আমাৰ বাবে জুবিন দা কি..... আমি কেনেকৈ দেখিম কেনেকৈ জানিম্ কোনে কিমান দুখ কৰিছে জুবিন দাৰ বিষয়ে.....যিমান পাৰি সিমান জুবিন দাৰ পোষ্ট কৰিম আৰু সকলোৱে সকলোকে চাপৰ্ট কৰা আৰম্ভ কৰি দিয়ক..... যুনে জুবিন দাৰ পোষ্ট দেখি ঠেলি দি গৈছে আৰু দুখ প্ৰকাশ কৰিছে জনা হৈছে কিমান ভাল পাই জুবিন দাক..... গতিকে মই বহুত কান্দিলো বহুত ভাগি পৰিচো এতিয়া আৰ নপৰু...... জুবিন দাৰ পোষ্ট কৰিম আৰু বেলেগক সঁহাৰি জনাই জুবিন দাৰ প্ৰতি সন্মান জগাম👍👍👍 জয় জুবিন দা 🙏🙏🙏 জয় আই অসম👍👍

20/09/2025

Good morning guys

Address

Naharlagun

Alerts

Be the first to know and let us send you an email when Akramul Bhai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share