ৰঙীন চহৰ নলবাৰী

ৰঙীন চহৰ নলবাৰী Elite Service Group
we provide you with multiple services
such as Ac, broadband, DTH, and purifier repair, service and Sales.

book Your Service or product on WhatsApp or phone call

বহু বিৰতিৰ মূৰত ভ্ৰাম্যমাণ জগতৰ সুদৰ্শন নায়ক আকাশদ্বীপ আৰু প্ৰতিভাসম্পন্ন সু-অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় চাবল...
10/09/2025

বহু বিৰতিৰ মূৰত ভ্ৰাম্যমাণ জগতৰ সুদৰ্শন নায়ক আকাশদ্বীপ আৰু প্ৰতিভাসম্পন্ন সু-অভিনেত্ৰী শৰ্মিষ্ঠা চক্ৰৱৰ্তীৰ অভিনয় চাবলৈ সাজু হওঁক অহা ২০২৬ - ২০২৭ বৰ্ষত।

“যৌৱনে আমনি কৰে ২“— এটা অসমাপ্ত কাহিনীৰ নতুন পাতনি। মুক্তি পাব ১০ অক্টোবৰ, ২০২৫ তাৰিখে।আকৌ এবাৰ অনুভৱবোৰে কথা পাতিব…    ...
10/09/2025

“যৌৱনে আমনি কৰে ২“— এটা অসমাপ্ত কাহিনীৰ নতুন পাতনি। মুক্তি পাব ১০ অক্টোবৰ, ২০২৫ তাৰিখে।
আকৌ এবাৰ অনুভৱবোৰে কথা পাতিব…

আজি ১০ ছেপ্টেম্বৰ।
10/09/2025

আজি ১০ ছেপ্টেম্বৰ।

এইবাৰ HSত ৮০% আৰু তাৰ ওপৰত পোৱাসকলক স্কুটী প্রদান কৰা হ’ব...
09/09/2025

এইবাৰ HSত ৮০% আৰু তাৰ ওপৰত পোৱাসকলক স্কুটী প্রদান কৰা হ’ব...

09/09/2025

'আজি কেই তাৰিখ, ১০ তাৰিখ কেতিয়া?' 'কাইলৈ ১০ তাৰিখ, মাজত বহুত সময় আছে'। ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কি ক'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

10th October coming to Cinemas near you
07/09/2025

10th October coming to Cinemas near you

06/09/2025

বাইদেউৰ কথা খিনি মন দি শুনিব :

" যৌৱনে আমনি কৰে ২ "
06/09/2025

" যৌৱনে আমনি কৰে ২ "

চৰকাৰে যে ঝুমুৰৰ World Record কৰিম বুলি কৈছিল? আচলতে একো World Record'এ নহ'ল।মনত আছে নে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপ...
06/09/2025

চৰকাৰে যে ঝুমুৰৰ World Record কৰিম বুলি কৈছিল? আচলতে একো World Record'এ নহ'ল।

মনত আছে নে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অসমে আকৌ এবাৰ এটা Guinness Book of World Record কৰিম বুলি কৈছিল?

অসমৰ ভিন্ন চাহ বাগিচাৰ ৮,৮৮৮ ল'ৰা-ছোৱালী মিলি ঝুমুৰ পৰিবেশন কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপতত আদিবাসী লোকসকলৰ সংস্কৃতিক দাঙি ধৰাৰ কথা হৈছিল।

সেইদিনা ফেব্ৰুৱাৰীৰ ২৪ তাৰিখ। আজিৰ পৰা কেইটামান মাহৰ আগৰ কথা।

মুখ্যমন্ত্ৰীয়ে ইয়াৰে পূৰ্বে ঘোষণা কৰিলে যে ৮,৮৮৮ চাহ বাগিচাৰ ল'ৰা-ছোৱালী মিলি এই ইতিহাস ৰচিব।

ভাল কথা। আমি সকলো উৎফুল্লিত হৈছিলোঁ। তেওঁ কোৱাৰ নিচিনাই আয়োজন সমূহ কৰা হৈছিল। প্ৰধানমন্ত্ৰীক নিমন্ত্ৰণ জনাইছিল। মুঠতে অসমৰ বাবে, চাহ জনগোষ্ঠীৰ কাৰণে এটা ডাঙৰ কথা, এটা ঐতিহাসিক কথা।

অংশ লোৱা সকলক World Record'ৰ certificate'ৰ লগত ২৫,০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীয়ে।

কিন্তু এটা কথা ইমান দিনে লুকাই আছিল। প্ৰকৃততে, ঝুমুৰৰ কোনো World Record'এ হোৱা নাছিল।

তাৰমানে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীৰ লগতে সকলো অসমীয়াক টুপী পিন্ধোৱা হ'ল।

₹২৫,০০০ x ৮,৮৮৮ = ₹২২,২২,০০,০০০। ইয়াৰ লগত আয়োজন কৰা খৰচবোৰ মিলাই ₹৩০,০০,০০,০০০ তকৈ অধিক।

ইমান ধন ব্যয় কৰাৰ পিছতো অসমে বা ঝুমুৰে নাপালে কোনো Guinness Book of World Record ৰ স্বীকৃতি।

ইয়াৰে মূল কাৰণটো কি জানেনে? প্ৰশাসনৰ কোনো এজনে Guinness Book'ৰ মানুহক নিমন্ত্ৰণে নজনালে।

অৰ্থাৎ, এই যে বিশাল আয়োজনবোৰ কৰিলে, সেইয়া কেৱল মনোৰঞ্জন আছিল।

ধেমালি নহয়, এনেকুৱা এটা কাণ্ড আমাৰ সকলোৰে সন্মুখতে হৈ গ'ল।

সূত্ৰই জনোৱা মতে, মুখ্যমন্ত্ৰীয়ে এই কথাটো গম পোৱাৰ পিছত, দায়িত্বত থকা প্ৰশাসনৰ মানুহ কেইজনৰ ওপৰত ক্ষোভ উজাৰিলে।

এইটো কেনেকুৱা ধৰণৰ কথা হ'ল বাৰু? আজি ঝুমুৰ, কাইলৈ বাগৰুম্বা?

আমিবোৰে কেৱল চাইহে থকাৰ কথা। এই বাবু সকলে আজিকালি মুখ্যমন্ত্ৰীকে টুপী পিন্ধাই, আমি কোন?

ঝুমুৰৰ World Record নহ'ল, কিন্তু প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰীকে ধৰি ৰাইজক এনেকৈ বিশাল টুপী পিন্ধোৱা কিন্তু এইটো এটা বেলেগ World Record গ'ল।

শুভেচ্ছাই দিয়ো আৰু।

Caption Copied by Abhay Bhuyan

06/09/2025
The poster of Pride East Entertainments Pvt Ltd's new Assamese film "Kakadeuta Nati and Hati-2" has been released       ...
05/09/2025

The poster of Pride East Entertainments Pvt Ltd's new Assamese film "Kakadeuta Nati and Hati-2" has been released

Please contact us for any of the services we have here .Contact number - 91 7002828253
15/03/2025

Please contact us for any of the services we have here .
Contact number - 91 7002828253

Address

Hari Mandir
Guwahati
781337

Telephone

+919707382370

Website

Alerts

Be the first to know and let us send you an email when ৰঙীন চহৰ নলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share