News24

News24 Digital News Platform.
(1)

14/09/2026

মুকালমুৱাৰ মেধিপাৰত সপ্তম বাৰ্ষিক শ্ৰীশ্ৰী গণেশ পূজা। হোম-যজ্ঞ, পূজা-অৰ্চনাৰে আধ্যাত্মিক পৰিৱেশ; সহস্ৰাধিক ভক্তৰ সমাগম।

14/09/2026

দৰঙ্গিপাৰাত প্ৰয়াত অনুপম ডেকাৰ সোঁৱৰণত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা।
খালি ভৰিৰে ফুটবল খেলি ক্ৰীড়াৰ প্ৰতি যুৱ প্ৰজন্মক আকৰ্ষিত কৰাৰ প্ৰয়াস।

13/09/2026

১৫ ছেপ্টেম্বৰৰ পৰা ইউটিউবত ‘ৰৈ ৰৈ বিনালে’ ছবিখন বিনামূলীয়াকৈ প্ৰদৰ্শন কৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৰীমা শইকীয়া গাৰ্গে।

13/09/2026

মুকালমুৱাত জুবিন গাৰ্গ ফুটবল একাডেমীৰ নতুন আবাসগৃহ আৰু জাৰ্চি মুকলি। মুকলি কৰে জুবিন গাৰ্গৰ সহধৰ্মিনী গৰীমা শইকীয়া গাৰ্গে।

13/09/2026

পূৱ বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ সাধাৰণ সভা।
বিগত বৰ্ষৰ কাম-কাজ, আয়-ব্যয়ৰ হিচাপ-নিকাচ আৰু ভৱিষ্যৎ পৰিকল্পনা সন্দৰ্ভত বিস্তৃত আলোচনা।

আজিৰ খেল‌ ।
13/09/2026

আজিৰ খেল‌ ।

12/09/2026

♦দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ঘৰৰ পৰাই বিনামূলীয়া অনলাইন শিক্ষা ব্যৱস্থা।
♦শিক্ষাৰ পোহৰ বিলোৱাৰ লক্ষ্যৰে শিক্ষক আফনুৰ হুছেইনৰ ব্যতিক্ৰমী পদক্ষেপ।

12/09/2026

বৰক্ষেত্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণী সভা। বৰষুণকো নেওচি কুসুম কৈলাশৰ গীতত মতলীয়া ছাত্ৰ-ছাত্ৰী।

11/09/2026

বৰক্ষেত্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা ।

09/09/2026

মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতা।

Address

Nalbari Village

Alerts

Be the first to know and let us send you an email when News24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share