News24

News24 Digital News Platform.
(1)

09/05/2026

আজি পশ্চিম বংগ চৰকাৰৰ নব নিৰ্বাচিত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ শপত গ্ৰহণ।

09/05/2026

▶️জনতা জনাৰ্দনক নমন। কলকাতাৰ ব্ৰিগেড খেলপথাৰত উপস্থিত ৰাইজক প্ৰণিপাত জনালে প্ৰধানমন্ত্ৰী মোদীয়ে।

08/05/2026

সোণালী সপোনত চকুৰ পানী,
মুকালমুৱাৰ বদনী আখিয়াত ধানৰ সলনি ওলাল পতান।

08/05/2026

নিৰ্বাচনত বিজয়ৰ পাছত প্ৰথমবাৰলৈ বৰক্ষেত্ৰীত উপস্থিত নাৰায়ন ডেকা।
উষ্ম আদৰণিৰে ওপচাই দিলে শুভাকাংক্ষী সকলে।

08/05/2026

নিজৰ সন্তানতকৈও আদৰেৰে পালিছিলোঁ, সেই ধানেই এতিয়া পতান হ’ল।
—এজন অসহায় খেতিয়কৰ কৰুণ গাথা।

06/05/2026

জনতাৰ আস্থাৰ জয়! নাৰায়ণ ডেকাৰ ঐতিহাসিক বিজয়ক লৈ মুকালমুৱাৰ প্ৰাক্তন জিলা পৰিষদ খাইৰুল হক চৌধুৰীৰ বিশেষ শুভেচ্ছা জ্ঞাপন।

06/05/2026

চন্দ্ৰমোহন পাটোৱাৰীৰ বিজয়ত বৰধাপত উচাহ। সংখ্যালঘু ৰাইজৰ স্বতঃস্ফূৰ্ত বিজয় উল্লাস।

06/05/2026

চন্দ্ৰমোহন পাটোৱাৰীৰ ঐতিহাসিক জয়। বৰক্ষেত্ৰী পশ্চিম নলবাৰীত বিজয় উৎসৱ।
মণ্ডল সভাপতি নিপন ভড়ালীয়ে এই জয়ক দলীয় কাৰ্যকৰ্তাসকলৰ পৰিশ্ৰম আৰু ৰাইজৰ বিশ্বাসৰ জয় বুলি অভিহিত কৰে। তেওঁ কয় যে এই বিজয়ে উন্নয়নৰ ধাৰাক অধিক তৰান্বিত কৰিব।

05/05/2026

নৱগঠিত চৰকাৰক মুছলিম ছাত্ৰ সন্থাৰ অভিনন্দন। সংবিধানৰ মৰ্যাদা আৰু সম্প্ৰীতি ৰক্ষাৰ আহ্বান।

05/05/2026

মুকালমুৱাৰ ঐতিহ্যমণ্ডিত ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কৃতি ছাত্ৰ-ছাত্ৰীক উষ্ম সম্বৰ্ধনা।

05/05/2026

ৰঘুনাথ চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীৰ সম্বৰ্ধনা।
নুৰিন চৌধুৰীৰ মনপৰশা ভাষণ।

Address

Nalbari Village

Alerts

Be the first to know and let us send you an email when News24 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share