M/B Official

M/B Official সংগ্ৰাম আন এটি নাম জীৱনৰে..

31/10/2024

Happy diwali

17/10/2024

সমূহ অসমবাসীলৈ কাতি বিহুৰ শুভেচ্ছা জনালোঁ।

সংগ্ৰাম আন এটি নাম জীৱনৰে..

10/10/2024

সঁচাকৈয়ে এটি ৰত্ন হেৰাই গ'ল।
সময় যেন স্তব্ধ হৈ ৰ'ল....
অশ্ৰুষিক্ত দুচকুৰে শ্ৰদ্ধাঞ্জলি জনালোঁ...
ৰতন টাটা sir..
🥲🥲🥲🥲

08/10/2024

লুটি - পুটি খায় ভাই
লুটি - পুটি খায়,
লংকালৈ যিয়েই যায়
সিয়েই ৰাৱণ হৈ যায়।

ৰাজনীতি আছিল ,ৰাইজৰ নীতি
এতিয়া,
বহু নেতাৰ বাবে হল
ৰাইজক শোষণ কৰা নীতি।

লুটি - পুটি খায় ভাই
লুটি - পুটি খায়,
লংকালৈ যিয়েই যায়
সিয়েই ৰাৱণ হৈ যায়।

(লিখিবলৈ বাকী আছে)

08/10/2024

Good morning 🌄

07/10/2024

যাকে নিজৰ বুলি ভাবো সেয়জনেই ভুলকা বাহ দি যায়।

05/10/2024

অসমীয়া ভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিলে।এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।
জয় আই অসম..

Address

Nalbari Village
781310

Website

Alerts

Be the first to know and let us send you an email when M/B Official posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share