Pratipol Khabor

Pratipol Khabor For Update ...

14/12/2025
চতুৰ্দশ ডিব্রুগড় গ্রন্থমেলা ২০২৫ত ৰাইজৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
13/12/2025

চতুৰ্দশ ডিব্রুগড় গ্রন্থমেলা ২০২৫ত ৰাইজৰ মাজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

🔷ফুটবল তাৰকা মেছিৰ সৈতে ৰাহুল গান্ধী -
13/12/2025

🔷ফুটবল তাৰকা মেছিৰ সৈতে ৰাহুল গান্ধী -

শ্ৰী জগন্নাথ মন্দিৰ ,পুৰীৰ নিশাৰ দৃশ্য
13/12/2025

শ্ৰী জগন্নাথ মন্দিৰ ,পুৰীৰ নিশাৰ দৃশ্য

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ২৮সংখ্যক এছ আই ই এছ শ্ৰীচন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বঁটা।মা...
13/12/2025

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ ২৮সংখ্যক এছ আই ই এছ শ্ৰীচন্দ্ৰশেখৰেন্দ্ৰ সৰস্বতী ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বঁটা।

মাননীয় মুখ্যমন্ত্ৰীয়ে এই বঁটা গ্ৰহণ কৰে ছাউথ ইণ্ডিয়ান এডুকেশ্যন ছ'চাইটীৰ অধ্যক্ষ মাননীয় ড° ভি শংকৰৰ পৰা।

07/11/2025

নলবাৰীৰ গৰ্ডন খেলপথাৰত সুৰৰ মায়াজাল, ৮ হাজাৰ শিল্পীয়ে পৰিবেশন কৰিলে প্ৰাণৰ শিল্পী জুবিনৰ গান

07/11/2025

চকুত চকুলো
প্ৰিয়শিল্পীৰ গানত মুখৰিত নলবাৰীৰ এই দৃশ্য

07/11/2025

জুবিনময় নলবাৰী !
উচুপি উচুপি মায়াবিনী গানে এইসকল কণমানিয়ে

Address

Nalbari
781340

Alerts

Be the first to know and let us send you an email when Pratipol Khabor posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Pratipol Khabor:

Share