Axomi Vision

Axomi Vision প্ৰকৃত সত্য অন্বেষণ,কেৱল মানুহৰ বাবে?

21/05/2025

#দুৰ্বিহ গুৱাহাটীৰ যাতায়ত ।

21/05/2025

#গুৱাহাটীৰ_কৃত্ৰিম বানপানীৰ এটা উৎস

14/04/2025
06/04/2025

জিকিৰটো!!!

06/04/2025

#শংকৰদেৱ কলাক্ষেত্ৰত অহা ৯ এপ্ৰিলত এই জিকিৰটি ১০০০তকৈ অধিক হিন্দু-মুছলমান লোকে একেলগে পৰিবেশন কৰিব!

06/04/2025

ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প আৰু এলন মাস্কৰ বিৰুদ্ধে প্ৰতিবাদত উত্তাল আমেৰিকা।

05/04/2025

বিহুৰ আখৰা।

19/03/2025

ড্ৰেগন কেপচুলৰ পৰা হাঁহি হাঁহি ওলাই আহিল সুনীতা উইলিয়ামছ।

11/03/2025

এয়াই জাতি প্ৰেম

10/03/2025

#আদানিৰ_অত্যাচাৰ।
গুৱাহাটী বিমানবন্দৰত থলুৱা চালক শ্ৰমিকৰ আৰ্তনাদ।।

03/02/2025

প্ৰজ্ঞাৰ নগৰী পাঠশালাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা ...

03/02/2025

প্ৰজ্ঞাৰ নগৰী পাঠশালাত যোৱা কালি উদ্ভাসিত বিশাল সাংস্কৃতিক শোভাযাত্ৰা ...

নৱ-নিৰ্বাচিত সভাপতি ড° বসন্ত কুমাৰ গোস্বামী ডাঙৰীয়াক ময়ুৰ পংখী যানত লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি-সংস্কৃতিৰ প্ৰদৰ্শনেৰে যোৱা কালি পাঠশালাত অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা, বজালী অধিৱেশনৰ বিশাল সাংস্কৃতিক শোভাযাত্ৰা প্ৰদৰ্শিত হয় ৷ এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে পদ্মভূষণ সন্মানেৰে সন্মানিত নৃত্যাচাৰ্য যতীন গোস্বামী দেৱে ৷

Address

Nalbari
781126

Telephone

+919678319988

Website

Alerts

Be the first to know and let us send you an email when Axomi Vision posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axomi Vision:

Share