Assam Front NE

Assam Front NE ক্ষিপ্ৰ খবৰ...নিৰপেক্ষ স্থিতি

21/05/2026

অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহন বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ ৷

21/05/2026

অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহন নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাৰ ৷

21/05/2026

অসম বিধানসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহন ৰঞ্জিত কুমাৰ দাসৰ ৷

21/05/2026

অসম বিধানসভাৰ সদস্য হিচাপে শপত গ্ৰহন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷

21/05/2026

অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত ৷ সংবিধান স্বীকৃত ভাষাৰ বাহিৰেও জনগোষ্ঠীয় ভাষাত শপত গ্ৰহনৰ সিদ্ধান্ত ৷

20/05/2026

হাজোৰ বৰদামপুৰত মাতৃসহ - কণমানি কন্যা নিৰুদ্দেশ-

20/05/2026

ৰামদিয়া আৰক্ষীৰ অভিযানত চোৰাং মছলা জাতীয় সামগ্ৰী জব্দ--

20/05/2026

#লখিমপুৰৰ ৰাজীৱ ভৱনত সম্বৰ্ধনা অনুষ্ঠাণ
#লখিমপুৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠাণৰ লগত সংগতি ৰাখি হৈ যোৱা বিধান সভা নিৰ্ব্বাচনৰ প্ৰৰ্যালোচনা
#৭৫ নং নাওবৈচা বিধান সভাৰ নৱ নিৰ্ব্বাচিত বিধায়ক ডাঃ জয় প্ৰকাশ দাসক বিপুল সম্বৰ্ধনা

18/05/2026

শুৱালকুছিত চোৰৰ চাফাই অভিযান

Address

Guwahati
Nalbari

Telephone

+918638554653

Website

Alerts

Be the first to know and let us send you an email when Assam Front NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Assam Front NE:

Share