Democracy Time

Democracy Time ৰাইজৰ বাবে (for the people)

17/09/2026
17/09/2026

নলবাৰীৰ বানেকুছী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চাঞ্চল্য
নলবাৰী জিলাৰ বানেকুছী মিলন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হিন্দী বিভাগৰ এগৰাকী শিক্ষকক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।

অভিযোগ অনুসৰি বিদ্যালয়খনৰ হিন্দী বিভাগৰ শিক্ষক ৰঞ্জিত ভট্টই যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত নৱাগত আদৰণি সভাৰ দিনা সুৰাপান কৰি বিদ্যালয়ত উপস্থিত হৈ অশ্লীল ব্যৱহাৰ কৰাৰ লগতে অশ্লীল ইংগিত প্ৰদৰ্শন কৰে।

17/09/2026

*মোডী চৰকাৰৰ সেৱা সুশাসনৰ গৌৰৱময় ২৫ বছৰ"

থানা চ'ক,নলবাৰী
নলবাৰী মেডিকেল কলেজ চ'ক আৰু নলবাৰী হৰিমন্দিৰ প্ৰজ্ঞা সেতু চ'ক ত
বন্তি প্ৰজ্বলন কাৰ্য্যসূচী ৰূপায়ণ*
*থানা চ'কৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত মন্ত্ৰী
জয়ন্তমল্ল বৰুৱা

17/09/2026

নলবাৰীত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ চেক বিতৰণ

17/09/2026

গোবিন্দ পুৰ অংগনবাদী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষণ মাহ পালন ।

নৱম ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে ৰাজ্যৰ প্ৰতিখন অংগনবাদী কেন্দ্ৰৰ লগতে নলবাৰী সংহত শিশু উন্নয়ন বিকাশ প্ৰকল্পৰ জাজিয়াবাৰী কেন্দ্ৰৰ অন্তৰ্গত গোবিন্দ পুৰ অংগনবাদী কেন্দ্ৰত ৰাষ্ট্ৰীয় পোষণমাহ পালন কৰাহয়।
পোষণ দিৱসৰ আৰম্ভনীতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেখেতৰ দীৰ্ঘায়ু কামনা কৰি এগছি বন্তি প্ৰজ্বলন কৰে কৰ্মী সহায়িকৰ লগতে মুখ্য সেৱীকা কল্পনা মজুমদাৰে।

17/09/2026

ঘগ্ৰাপাৰত দিনদুপৰতে চুৰি-ডকাইতিৰ ঘটনা।

ঘগ্ৰাপাৰ অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰত দিনদুপৰতে সংঘটিত হয় চুৰিৰ ঘটনা।

অভিযোগ অনুসৰি, চোৰে ঘৰত প্ৰৱেশ কৰি গডৰেজ ভাঙি নগদ ধন আৰু মূল্যৱান সোণ-ৰূপৰ অলংকাৰ লৈ যায়।

#ঘগ্ৰাপাৰ #চুৰিকাণ্ড #ডকাইতি #নলবাৰী #অসমনিউজ

17/09/2026

প্ৰাণৰ শিল্পী ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গলৈ,

বিশিষ্ট কবি সাহিত্যিক, ঔপন্যাসিক নাট্যকাৰ পৰিচালক প্ৰনৱ কুমাৰ বৰ্মনৰ কবিতা

17/09/2026

*নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ নৱাগত ছাত্র-ছাত্রীসকলৰ দীক্ষাৰম্ভ অনুষ্ঠানত- মন্ত্রী জয়ন্ত মল্ল বৰুৱা*

Address

Democracy Time Office Ghograpar
Nalbari

Alerts

Be the first to know and let us send you an email when Democracy Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share