
08/05/2024
3 নং বৰপেটা লোকসভা নিৰ্বাচনৰ প্ৰিজাইদিং বিষয়াৰ গধুৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি খুবেই আনন্দিত। বিশেষভাৱে মোৰ সহযোগী পুলিং বিষয়াসকলৰ লগতে মোক সহায় কৰা নিৰাপত্তা বাহিনীৰ সকলো বিষয়াক অশেষ ধন্যবাদ জনালোঁ।
#