Axom News 24×7

Axom News 24×7 Palla Road,Nalbari,Assam,India 781335
(2)

16/10/2025

বাক্সা জিলা কাৰাগাৰত এটা দিন কটালে শ্যামকানু, সিদ্ধাৰ্থ সহ: ৫ অভিযুক্তই।

15/10/2025

পুলিচে কি কৈ আছে শুনক, পুলিচে মাৰিবই নালাগিছিল । মাৰি ভুল কৰিলে ।

15/10/2025

প্ৰথমে আৰক্ষীয়ে লাঠিচালনা কৰাৰ বাবে হৈছিল উত্তপ্ত পৰিস্থিতি।

15/10/2025

গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কিয় ৰখা ন'হল ৫ অভিযুক্তক।

15/10/2025

ভৰিত গু*লী লগা বিদ্যুত কলিতাক Gmch লৈ প্ৰেৰণ। বাক্সাত আৰক্ষীৰ গু*লীত গু*লীবিদ্ধ হৈছিল বিদ্যুত কলিতা। নলবাৰী মেডিকেল কলেজ হস্পিটালৰ পৰা প্ৰেৰণ কৰে Gmch লৈ।

15/10/2025

পাঁচ অভিযুক্তক লৈ যোৱাৰ পিছতে বাক্সাত অগ্নিগৰ্ভা পৰিস্থিতি।

15/10/2025

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত দীপক মেধি নামৰ যুৱক।

15/10/2025

নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে বাক্সা জিলা কাৰাগাৰৰ পৰিস্থিতি।
শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক বাক্সা কাৰাগাৰলৈ নিয়াৰ পিছতে উত্তপ্ত পৰিস্থিতি।

15/10/2025

বাক্সা কাৰাগাৰৰ সন্মুখত উ*ত্তপ্ত পৰিস্থিতি ।
নিৰাপত্তা বেহুৰ মাজেৰে ৫ অভিযুক্তক সোমাই দিলে বাক্সা জেলত ।

15/10/2025

জুবিন হত্যাৰ ৫ অভিযুক্তক লৈ যোৱাৰ পিছতে বৰমাত ৰাইজৰ প্ৰতিবাদ ।
বাকসা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা মুহূৰ্ত্তত বৰমাত প্ৰতিবাদ ।

15/10/2025

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত জড়িত ৫ অভিযুক্তক বাক্সা জেললৈ প্ৰেৰণ ।
অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ ।

Address

Palla Road
Nalbari
781335

Telephone

+917002380759

Website

Alerts

Be the first to know and let us send you an email when Axom News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News 24×7:

Share