Axom News 24×7

Axom News 24×7 Palla Road,Nalbari,Assam,India 781335

31/08/2026

চাংসাৰীত STF ৰ অভিযানত বেলশৰৰ যুৱক গ্ৰেপ্তাৰ।

31/08/2026

নলবাৰীত নেচনেল হাইৱে অথৰিটীৰ পুত্তলিকা দাহ। পথৰ মেৰামতিৰ অভাৱত ক্ষেত্ৰীৰ নলগেদ্ৰাত কালি হৈছিল ভয়াবহ দুৰ্ঘটনা।

31/08/2026

নেপালৰ বানত আৱদ্ধ হৈ থকা নলবাৰীৰ দুই যুৱক আহি পালে গৃহ।

31/08/2026

উৎকন্ঠাৰ অন্ত পৰিল, নেপালৰ পৰা গৃহ আহি পালে নলবাৰীৰ দুই যুৱক।
নেপালৰ ভয়াবহ বানত পৰিস্থিতিৰ কথা বৰ্ণনা পংকজ বৰ্মনৰ।

31/08/2026

প্ৰমোদ বড়ো, জলেন দৈমাৰীৰ উপস্থিতিত উত্তাল প্ৰতিবাদ তামুলপুৰত । বিটিআৰত চলি থকা হত্যা-হিংসা, দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ।

31/08/2026

উৎকন্ঠাত নলবাৰীৰ পংকজ বৰ্মন - সমৰ বেজবৰুৱাৰ পৰিয়াল ।
পংকজ আৰু সমৰ সৌশৰীৰে সন্ধিয়া পাবহি ঘৰ ।

31/08/2026

নলবাৰীত পোন্ধৰ দিনত বিৰল প্ৰজাতিৰ তিনিটা কাছ উদ্ধাৰ ।

31/08/2026

পুৱতি নিশা হাজোৰ কলিতাকুছিত ভয়ংকৰ অ/গ্নিকাণ্ডৰ ঘটনা । অ--গ্নিকাণ্ডত ফলত এখন ফাৰ্নিচাৰ দোকান জ্বলি ভস্মীভূত । বিদ্যুতৰ চৰ্ট চাৰ্টিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ । কলিতাকুছিৰ চহিদুল ইছলাম নামৰ লোকজনৰ এছ আৰ এন্টাৰ প্ৰাইজ নামৰ ফাৰ্নিচাৰ দোকানত এই অ/গ্নিকাণ্ডৰ ঘটনা । সাকেবা লাখ টকাৰ সা সামগ্ৰী জুইত ভস্মীভূত হয় । অৱশেষত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জু--ই নিৰ্বাপন কৰে । কথমপি ৰক্ষা পৰে ওচৰ চুবুৰীয়াৰ ঘৰ বাৰী, সা সম্পত্তি ।

31/08/2026

শ্বহীদৰ নামত উৎসৰ্গিত পথ নিৰ্মাণত ব্যাপক অনিয়ম । বাক্সাৰ থেকৰাকুছিত পথ বন্ধ কৰি প্ৰতিবাদ ৰাইজৰ ।

30/08/2026

দুৰ্ঘটনাত নি/হত ৫ গৰাকীৰ নিথৰ দেহ লৈ অহা হ'ল Gmch লৈ। ক্ষেত্ৰীৰ নলগেদ্ৰাত সংঘটিত হৈছিল ট্ৰাক-ট্ৰেভেলাৰৰ মুখামুখি সং/ঘৰ্ষ। এগৰাকী মহিলাসহ ৫ জনকৈ লোক নি/হত । গুৱাহাটী অভিমুখে আহি আছিল যাত্ৰীবাহী ট্ৰেভেলাৰখন ।

Address

Palla Road
Nalbari
781335

Telephone

+917002380759

Website

Alerts

Be the first to know and let us send you an email when Axom News 24×7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom News 24×7:

Shortcuts

Share