Somaj Prohori NE

Somaj Prohori NE আমি সদায় সত্যৰ পক্ষে আৰু অন্যায়ৰ বিৰুদ্ধে

29/06/2023

বৰপেটা ৰোড SBI ৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা।

Somaj Prohori Somaj Prohori NE

25/06/2023

বৰপেটাৰোড সাতভনীটোপত আন্তৰ্জাতিক যোগ দিৱসৰ লগত সংগতি ৰাখি যোগ সমাজ কল্যান প্ৰশিক্ষণ শিৱিৰ আনন্দ মাৰ্গ প্ৰচাৰক সংঘৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে যোগ দিৱস পালন।

Somaj Prohori Somaj Prohori NE

25/06/2023

৩ নং বাৰাপেটাত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰথম কিস্তি শহিদ মেম্বাৰে আত্মহাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীয়ে

16/06/2023

বৰপেটাৰোড চহৰত শোকাৱহ ঘটনা। ঘৰৰ ওপৰত প্ৰকাণ্ড গছ উভলি পৰাত কৰুণ মৃত্যুক সাৱটিলে এজন বৃদ্ধই। নিহত প্ৰায় ৬৫ বছৰীয়া লোকজনৰ নাম গৌতম দাস। শুই থকাৰ সময়তে বাগৰি পৰে গছডাল। কথমপি ৰক্ষা পৰিল লোকজনৰ পত্নী।

16/06/2023

🔴 জোনালীয়ে মৃত্যুৰ পূৰ্বে কাৰ সৈতে কি কথা পাতিছিল ....?

Somaj Prohori Somaj Prohori NE

Address

GT Road
Nalbari
781369

Website

Alerts

Be the first to know and let us send you an email when Somaj Prohori NE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Somaj Prohori NE:

Share