Barta Live

Barta Live Only News No Views keep watching & . Not just news for news. all kinds provide also updates. News Portal base Assam advance information

GMCHত সফলতাৰে সম্পন্ন মৃদুমু্দ্ৰা ডেকাৰ ডিঙিৰ অস্ত্ৰোপচাৰ। GMCHৰ নতুন ভৱনৰ স্নায়ু বিজ্ঞান কেন্দ্ৰত সম্পন্ন অস্ত্ৰোপচাৰ। ...
02/06/2026

GMCHত সফলতাৰে সম্পন্ন মৃদুমু্দ্ৰা ডেকাৰ ডিঙিৰ অস্ত্ৰোপচাৰ। GMCHৰ নতুন ভৱনৰ স্নায়ু বিজ্ঞান কেন্দ্ৰত সম্পন্ন অস্ত্ৰোপচাৰ। বৰ্তমান ICUতে ৰখা হৈছে নলবাৰীৰ লোমহৰ্ষক ঘটনাৰ বলি মৃদুমুদ্ৰাক। বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত প্ৰায় দুঘণ্টা ধৰি চলিছিল অস্ত্ৰোপচাৰ।

02/06/2026

হৰিনামৰ ধ্বনিৰে মুখৰিত বৰক্ষেত্ৰীৰ হিদিলাট্টাৰী ৷*
*মাধৱদেৱৰ ৫৩৭ সংখ্যক জন্মোৎসৱ উপলক্ষে নাগাৰা নাম উদ্বোধন কৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ন ডেকাই ৷*

02/06/2026

*আমগুৰিত আৰক্ষীৰ ধাৰাবাহিক হুংকাৰ, কুম্ভকৰ্ণ নিদ্ৰাত শিৱসাগৰ আৱকাৰী বিভাগ!*

ৰোজ আলিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন
02/06/2026

ৰোজ আলিৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

হত্যাকাৰীৰ মৃত্যুৱে কিছু মনত শান্তি দিছেঃ ভট্টাচাৰ্য
02/06/2026

হত্যাকাৰীৰ মৃত্যুৱে কিছু মনত শান্তি দিছেঃ ভট্টাচাৰ্য

মৃদুমুদ্ৰাৰ স্বাস্থ্য কিছু উন্নত!
02/06/2026

মৃদুমুদ্ৰাৰ স্বাস্থ্য কিছু উন্নত!

01/06/2026

*এনকাউন্টাৰ! প্ৰাণ গ'ল হত্যাকাৰী ৰোজ আলীৰ...*

নলবাৰীৰ গংগাপুৰত চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্তক এনকাউণ্টাৰআৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰোজ আলিPoster dib banai
01/06/2026

নলবাৰীৰ গংগাপুৰত চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্তক এনকাউণ্টাৰ
আৰক্ষীৰ গুলীত গুলীবিদ্ধ ৰোজ আলি

Poster dib banai

-VVIP সংস্কৃতিৰ বিৰুদ্ধে বেংগালুৰত অভিনৱ প্ৰতিবাদ ।-ৰাজ্যপালৰ কাম আছে আমাৰ নাই নেকি বুলি ট্রেফিকক প্ৰশ্ন এজন ব্যক্তিৰ ।-...
01/06/2026

-VVIP সংস্কৃতিৰ বিৰুদ্ধে বেংগালুৰত অভিনৱ প্ৰতিবাদ ।
-ৰাজ্যপালৰ কাম আছে আমাৰ নাই নেকি বুলি ট্রেফিকক প্ৰশ্ন এজন ব্যক্তিৰ ।
-ক'লে গাড়ীত আছে মোৰ সন্তান সম্ভৱা পত্নী,আমাৰ সময়ৰো আছে মূল্য

-কামাখ্যাত চলিছে অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি-লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় সমিতি-ভক্তৰ সা-সুবিধাৰ বাবে কৰা ...
01/06/2026

-কামাখ্যাত চলিছে অম্বুবাচীৰ ব্যাপক প্ৰস্তুতি
-লাখ লাখ ভক্তক আদৰিবলৈ সাজু কামাখ্যা দেৱালয় সমিতি
-ভক্তৰ সা-সুবিধাৰ বাবে কৰা হ’ব বিশেষ ব্যৱস্থা

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Barta Live posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Barta Live:

Share