AXOM VOICE 24x7

AXOM VOICE 24x7 বিশ্বস্ত খৱৰৰ বাবে

14/12/2024

চাৰি হেজাৰ গোচৰ নিষ্পত্তিৰ বাবে নলবাৰীত ৰাষ্ট্ৰীয় লোক আদালত।

14/12/2024

কোহিনুৰ যুৱক সংঘৰ হীৰক জয়ন্তী উৎসৱত শিল্পী মণীষা হাজৰিকা।

14/12/2024

নলবাৰী বন বিভাগৰ কাম কাজত ক্ষুব্ধ কটাহকুছিৰ ৰাইজ। হাতী খেদাৰ নামত শিক্ষকক দুৰ্ব্যৱহাৰ কৰাৰ প্ৰতিবাদ অব্যাহত।

14/12/2024

উলাবড়ী মজলীয়া বিদ্যালয়ত প্ৰাক মহ খেদা উৎসৱ।

14/12/2024

চি.আৰ.ইউ. নলবাৰীৰ দশম ত্ৰি-বাৰ্ষিক সন্মিলন।

14/12/2024

কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰালৰ হীৰক জয়ন্তী উৎসৱত কবিতা সন্ধিয়া। দুকুৰি কবিৰ কবিতা পাঠেৰে জীপাল পুথিভঁ‌ৰালৰ বাকৰি।

14/12/2024

টিহুৰ নমাটিৰ মন্দিৰে মন্দিৰে চোৰে চলালে চাফাই অভিযান ।
টিহুত মা কালী মন্দিৰ, মনসা মন্দিৰ আৰু লক্ষ্মী মন্দিৰত চোৰৰ চাফাই।

14/12/2024

নলবাৰীৰ গড়ভিতৰ ভেৰভেৰীত নিশা পুনৰ হাতীৰ সন্ত্ৰাস।
গৃহ ভাঙি লণ্ডভণ্ড কৰিছে বৃহৎ হাতীৰ জাকটোৱে ।

13/12/2024

নলা নিৰ্মানক লৈ নিশা নলবাৰীত হাহাকাৰময় পৰিস্থিতি। নলবাৰী থানা চ'কত নলা খন্দাৰ নামত অনিয়মৰ অভিযোগ। নলা নিৰ্মাণৰ কাম বন্ধ কৰি দিয়ে স্থানীয় ৰাইজে।

13/12/2024

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক বেলশৰ অধিবেশনৰ কাৰ্যালয় উন্মোচন।

13/12/2024

স্কুটি লাভৰ পৰা বঞ্চিত নলবাৰীৰ ছাত্ৰ ছাত্ৰীৰ মুখ্যমন্ত্ৰীলৈ ইমেইল।

Address

Nalbari
781335

Telephone

+918638789317

Website

Alerts

Be the first to know and let us send you an email when AXOM VOICE 24x7 posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to AXOM VOICE 24x7:

Share

Category