Axom Time

Axom Time সত্যৰ অন্বেষণত ২৪x ৭
আমি নিৰপেক্ষ নহয়। সদায়ে আর্তজনৰ পক্ষত
(2)

19/09/2025

ৰঙিয়াত NF ৰে'লৱে মজদুৰ ইউনিয়ন ধৰ্মঘট কাৰ্যসূচী।
কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা অষ্টম দৰমহা আয়োগৰ বেতন কাৰ্যকৰী নকৰাৰ প্ৰতিবাদত এই প্ৰতিবাদ।

19/09/2025

নমাটিত থিয়েটাৰ সূৰ্য্যৰ প্ৰথম নিশাতেই দৰ্শকৰ অভাবনীয় ভিৰ।
শুক্ৰবাৰে সন্ধিয়া 'মোৰ চকুলোৰে একাপ চাহ'

19/09/2025

19/09/2025

গোলাঘাটত যোৰহাটৰ তিনি দুৰ্বৃত্তক ৰাইজে দিলে ল/পাথপা।
ভুৱা ৰচিদ বহী চপাই ধন দাবী কৰিছিল পেট্ৰ'ল পাম্পত।

19/09/2025

গোলাঘাটত পেট্ৰ'ল পাম্পত গাড়ীত ভৰাবলৈ পেট্ৰ'ল দাবী কৰা সংগঠনৰ নেতাৰ লটিঘটি৷
একাধিক সংগঠনৰ নামত ৰচিদ বহী লৈ ফুৰা তিনি ভুৱা নেতাক ৰাইজে দিলে উত্তম মাধ্যম৷

19/09/2025
19/09/2025

নলবাৰী বালিলেচাত প্ৰকাণ্ড অজগৰ উদ্ধাৰ৷
নিশা বালিলেচাৰ সূতাৰকুছিত উদ্ধাৰ হয় অজগৰ ডাল৷

19/09/2025

২৩ ছেপ্তেম্বৰত শিৱসাগৰলৈ আহিব এগৰাকী প্ৰখ্যাত অস্থিৰোগ বিশেষজ্ঞ৷

19/09/2025

কাইলৈ ২০ ছেপ্তেম্বৰত শিৱসাগৰলৈ আহিব INDIRA IVF ৰ অভিজ্ঞ চিকিৎসক ৷
স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাঃ এছ চেৰপা আহিব শিৱসাগৰৰ মেডলাইফ মেডিকেললৈ ৷

19/09/2025

মানসিক অস্থিৰতাত ভুগি থকা সকলৰ বাবে ভাল খবৰ আহিছে শিৱসাগৰলৈ৷
২৩ ছেপ্তেম্বৰত শিৱসাগৰলৈ আহিব এগৰাকী মনোৰোগ বিশেষজ্ঞ৷

19/09/2025

২৪ ছেপ্তেম্বৰত পাঠশালাত বন্ধ্যাত্ব দম্পতীৰ বিশেষ স্বাস্থ্য শিৱিৰ৷

Address

Kaziranga Path, Sundarban Nagar, Dakshingaon, Guwahati/28
Nalbari
781019

Telephone

+919365339525

Website

Alerts

Be the first to know and let us send you an email when Axom Time posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Axom Time:

Share