KALPA Rajbongsbi

KALPA Rajbongsbi মোৰ Page লৈ স্বাগতম আপোনালোকৰ মৰম আৰু সহাৰিয়ে আগবাঢ়ি যোৱাত মোৰ প্ৰেৰণা হব

01/12/2025

আৰম্ভহে কৰিছো । সৰিহৰ প্ৰয়োজন থাকিলে জনাব মই কিনি আনিম

কিবা এটা কৈ থকা মূহুৰ্তত
01/12/2025

কিবা এটা কৈ থকা মূহুৰ্তত

সদৌ নলবাৰী জিলা ছাত্ৰৰ পৰা বিদায় লোৱা চন্দন বেজবৰুৱালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ ।
30/11/2025

সদৌ নলবাৰী জিলা ছাত্ৰৰ পৰা বিদায় লোৱা চন্দন বেজবৰুৱালৈ বহুত বহুত শুভেচ্ছা যাচিলোঁ ।

সংগ্ৰাম                                                                        জীৱন আৰু জীবিকা । আনৰ ওচৰত হাত  পাতিব না...
28/11/2025

সংগ্ৰাম  জীৱন আৰু জীবিকা । আনৰ ওচৰত হাত পাতিব নালাগে এই চিন্তাৰে আৰম্ভ কৰিছো ।

মোৰ ঠাইৰ ওচৰৰ গ্ৰাহকে বিচাৰিলে খাটি সৰিহৰ তেল পাব ।
27/11/2025

মোৰ ঠাইৰ ওচৰৰ গ্ৰাহকে বিচাৰিলে খাটি সৰিহৰ তেল পাব ।

আৰম্ভ কৰিছো তেল পেৰা মেচিনটো এতিয়া মাথো আপোনালোকৰ সহাৰি । তেল লাগিলে যোগাযোগ কৰিব ।
26/11/2025

আৰম্ভ কৰিছো তেল পেৰা মেচিনটো এতিয়া মাথো আপোনালোকৰ সহাৰি । তেল লাগিলে যোগাযোগ কৰিব ।

কি হব এই জীৱন ?
25/11/2025

কি হব এই জীৱন ?

কেতিয়াবা মন জায় সেই অতিতৰ দিনবোৰ যত সমনীয়াৰ সৈতে ক'ত ধেমালি  আৰু বহু কিবা কিবি----❤️
22/11/2025

কেতিয়াবা মন জায় সেই অতিতৰ দিনবোৰ যত সমনীয়াৰ সৈতে ক'ত ধেমালি আৰু বহু কিবা কিবি----❤️

21/11/2025

আৰম্ভ কৰিলো আপোনালোকৰ সহাৰিৰ প্ৰয়োজন । বিশুদ্ধ মিঠাতেল পাব লগতে বেহাৰ পেৰিব পাৰিব ।

জুবিন দাৰ ন্যায় বিচাৰোটো অসমৰ প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ ।                                       ৰাজনিতিয়ে সমাজ ভাগে ...
19/11/2025

জুবিন দাৰ ন্যায় বিচাৰোটো অসমৰ প্ৰতিজন নাগৰিকৰ মৌলিক অধিকাৰ ।  ৰাজনিতিয়ে সমাজ ভাগে । ভগা সমাজ খনে জানো জুবিন দাৰ ন্যায় দিব পাৰিব ?

জুবিন দাৰ ন্যায় দাবীত  ---                                         সদৌ নলবাৰী জিলা আছুৰ মানৱ শৃংখল কাৰ্য্যসূচী
18/11/2025

জুবিন দাৰ ন্যায় দাবীত ---
সদৌ নলবাৰী জিলা আছুৰ মানৱ শৃংখল কাৰ্য্যসূচী

17/11/2025

নলবাৰী ৰাসত চাহ একাপ বন্ধুৰ সৈতে জুতি ললো ।

Address

Nalbari
781369

Telephone

+916002599103

Website

Alerts

Be the first to know and let us send you an email when KALPA Rajbongsbi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to KALPA Rajbongsbi:

Share