14/11/2023
আজি ১৪/১১/২০২৩ ইং তাৰিখে পাখামাৰা সাংস্কৃতিক প্ৰকল্প নিৰ্মাণ সমিতিৰ উদ্যোগত দিপাৱলীৰ বাবে প্ৰতিঘৰ মানুহৰ বাটট পুতা বৰবৰী, পাখামাৰা আল্লিয়া আদি অঞ্চলৰ প্ৰায় ১০০০ কলগছ তুলি নি বাটাবাৰী ৰেঞ্জৰ অন্তৰ্গত ভুটানখুটিত বনৰীয়া হাতীৰ খাদ্যৰ বাবে দিয়া হয়। লগতে উক্ত কাৰ্যত বৰবৰী শাখা ছাত্ৰ সন্থা আৰু বাটাবাৰী ৰেঞ্জৰ বন কৰ্মীৰ দল এটাই সহযোগিতা আগবঢ়াই।