Pinku Das

Pinku Das ♦️YouTube channel - Umananda Official
☎️6001481007

13/08/2026

✅Chandrama Devi Live Nagara Naam
✅ চন্দ্ৰমা দেৱীৰ নামৰ কিছু অংশ

Ahibo log Pam...
13/08/2026

Ahibo log Pam...

13/08/2026

অৱশেষত জন্মাষ্টমীৰ নামখন চুক্তিবদ্ধ কৰিলে সমিতিয়ে ছিপাঝাৰৰ হিৰামণি কুমাৰৰ লগত ।

ধন্যবাদ

13/08/2026

৪ ছেপ্তেম্বৰ জন্মাষ্টমীৰ দিনাখন সন্ধিয়া ছোৱালী নাম দল এটি প্ৰয়োজন ।

12/08/2026
12/08/2026

হৰি নামৰ অনুষ্ঠানত নাগাৰা তাল বজায় নামধৰ্মী ৰাইজৰ সমাদৰ লাভ কৰাটো ইমান সহজ কাম নহয়।এই বাদ্য সমুহ বজাবলৈ একান্ত সাধনা লাগিব কাৰন এই বাদ্য সমূহক দেৱবাদ্য বুলি কোৱা হয়।একান্ত সাধনাৰ বলতেহে এই বাদ্য সমুহ ব্যৱহাৰ কৰিব পাৰে বা বজাব পাৰে।

শ্ৰদ্ধাৰ নামধৰ্মী সুধীগন আহকচোন আপোনাসবক আজি লৈ যাওঁ নাগাৰা নামৰ স্বনামধন্য জনপ্ৰিয় পাঠিকা চন্দ্ৰমা দেৱীৰ নাগাৰা নামৰ পালিৰ দ্বাৰা পৰিবেশন কৰা সুন্দৰ ভোৰতাল বাদন উপভোগ কৰো।

12/08/2026

নাৰায়ণ অ' গোপাল …
Chandrama Devi ৰ নামৰ আৰম্ভণি …🙏

#নাগাৰানাম #হৰিনাম

12/08/2026

12/08/2026

চন্দ্ৰমা দেৱীৰ নাগাৰা নামৰ কিছু অংশ |

12/08/2026

যোৱানিশা নলবাৰীৰ পৰা চন্দ্ৰমা দেৱীৰ নামৰ কিছু অংশ ।

Address

Nalbari Assam
Nalbari
NALBARI

Website

Alerts

Be the first to know and let us send you an email when Pinku Das posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share