Reporter Axom

Reporter Axom Exploring Truth, Exposing Lies
(2)

29/08/2026

'আজি ৪ দিন হ'ল মানুহজনৰ একো খবৰ পোৱা নাই'।
নেপালৰ ভয়াৱহ বানত নিখোজ নলবাৰীৰ অৰুণ মহন্ত।



28/08/2026

৫মিনিটত সাগৰত পৰিণত এখন গাঁও। চকুৰে নেদেখিলে বিশ্বাস নহ'ব প্ৰলয়ৰ ভয়াবহতা।


28/08/2026

সঁচা হল চীনৰ সতৰ্কবাণী!
নেপালত পুনৰ জলপ্ৰলয়!



28/08/2026

মৃ**তকৰ সংখ্যা ৪৬৯ গৰাকীলৈ বৃদ্ধি।
৭২ ঘন্টাৰ ভিতৰত নেপালত পুনৰ জলপ্ৰলয়ৰ আশংকা।


27/08/2026

নেপালৰ জলপ্ৰলয়ত মৃ**ত্যুৰ সংখ্যা ১৬০লৈ বৃদ্ধি!
মৃ*ত্যু উপত্যকা লৈ পৰিণত নেপাল



26/08/2026

লাখ লাখ গৃহহীন লোকলৈ সুখবৰ!
বানত ক্ষতিগ্ৰস্ত প্ৰতিটো পৰিয়ালৰ ঘৰ নিৰ্মাণ কৰি দিব মোদী চৰকাৰে।


25/08/2026

শিৱসাগৰৰ বৰ্ডিং ফিল্ডিৰ পৰা BJP চৰকাৰক হুংকাৰ জ্ঞানশ্ৰি বৰাৰ LIVE

24/08/2026

বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰ হা ৰ সুৰামত্ত যুৱকৰ।

বামুনিমৈদাত উচ্ছেদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল সাংবাদিক সুমন তালুকদাৰ আৰু ভিডিঅ’ সাংবাদিক ধনজিত ৰায়।

সাংবাদিকজনক প্ৰ হা ৰ কৰা সুৰামত্ত যুৱকজন শিবু বুলি জানিব পৰা গৈছে।

24/08/2026

বৰক্ষেত্ৰীৰ বামুনবড়ীস্থিত শ্বহীদ সোঁৱৰণি জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত দূৰ্নীতিৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদ।

24/08/2026

Address

Nalbari

Alerts

Be the first to know and let us send you an email when Reporter Axom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Reporter Axom:

Shortcuts

Share