B NewsOne

B NewsOne “নিষ্ঠা আৰু সততা আমাৰ প্ৰতিশ্ৰুতি”
(2)

05/06/2026

📌টিহু মহাবিদ্যালয়ত পালন বিশ্ব পৰিৱেশ দিৱস |
📌পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি টিহুৰ বিভিন্ন স্কুলৰ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংঙ্কন প্ৰতিযোগিতা তাৰ উপৰিও টিহু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰদৰ্শন কৰে এখনি বাটৰ- নাট ।

05/06/2026

📌 নলবাৰীৰ বিধায়ক জয়ন্ত মল্লবৰুৱাই মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰাৰ মধুৰ ক্ষণ ৷

05/06/2026

📌নলবাৰী চহৰক সেউজীয়াকৰণ কৰাৰ পদক্ষেপ পৌৰসভাৰ ৷
📌পৌৰসভাৰ উদ্যোগত বিশ্ব পৰিৱেশ দিৱস পালন ৷

সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা৷
04/06/2026

সম্প্ৰসাৰিত মন্ত্ৰীসভাৰ তালিকা৷

মন্ত্ৰীত্ব লাভ কৰিলে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷
04/06/2026

মন্ত্ৰীত্ব লাভ কৰিলে নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷

04/06/2026

📌মেধাৱী ছাত্ৰ তথা পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক মাধুৰ্য বৰ্মনৰ মৃত্যুৰ আগমুহুৰ্তত বাঁহীৰ সুৰৰ লহৰ ।
📌ঘাতক লাভ জেহাদী ৰোজ ওৰফে আছিফ খানে নিৰ্মমভাৱে চোকা অস্ত্ৰৰে উপৰ্যপুৰি প্ৰহাৰ কৰাৰ ফলত মৃত্যু হৈছিল প্ৰতিভাৱান ছাত্ৰ নেতা গৰাকীৰ ।

04/06/2026

📌মাধুৰ্য বৰ্মনৰ হত্যাকাৰী আটাইকেইজনক গ্ৰেপ্তাৰৰ দাবী কংগ্ৰেছ নেতা ৰিপুন বৰাৰ |
📌নলবাৰীৰ চামতাৰ মাধুৰ্য বৰ্মনৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হয় কংগ্ৰেছ দলৰ এটি সজাতি দল ।
📌 ৰিপুন বৰা আৰু মীৰা বৰঠাকুৰৰ নেতৃত্বত দলটোৱে মাধুৰ্য বৰ্মনৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনাই শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনায় ।
📌মাধুৰ্যক অকল ৰোজ আলিয়ে নহয় , তেওঁৰ লগত আৰু কেইবাজনো জড়িত থকা বুলি উল্লেখ কৰি আটাইকেইজনক গ্ৰেপ্তাৰৰ দাবী কৰে কংগ্ৰেছ নেতা ৰিপুন বৰাই ।
📌অসম আৰক্ষীক আৰু অধিক আধুনিকীকৰণ কৰি তুলিবলৈ কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে চৰকাৰলৈ আহ্বান জনাই ।
📌মাধুৰ্যৰ ঘৰত উপস্থিত হোৱা কংগ্ৰেছ দলটোত ৰিপুন বৰা,মীৰা বৰঠাকুৰৰ লগতে দিগন্ত বৰ্মন, অশোক শৰ্মা, ৰাতুল পাটোৱাৰী, প্ৰদ্যুত ভূঞা, দিব্যজ্যোতি হালৈ আদি উপস্থিত থাকে ।

04/06/2026

📌 বৰক্ষেত্ৰী সমষ্টিৰ ২নং জয়সাগৰ ট্ৰাইবেল প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক আকৰ্ষণ কৰিবলৈ শিক্ষয়িত্ৰীগৰাকীয়ে বিভিন্ন অংগী-ভংগীৰে শ্ৰেণীকোঠাত চলাইছে ব্যতিক্ৰমী পাঠদান।

03/06/2026

📌লাভ জেহাদী ৰ‘জ আলী ওৰফে আছিফ খানৰ পিতৃ ৰেকিব আলীক গ্ৰেপ্তাৰৰ দাবী ৷
📌এই দাবী বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলা সমিতিৰ ৷
📌নলবাৰী সদৰ থানাত লাভ জেহাদী ৰ‘জৰ পিতৃৰ বিৰুদ্ধে গোচৰ ৷
📌মৃদুমুদ্ৰাৰ বিৰুদ্ধে অপবাদ দিলে পৰিস্থিতি বেয়া হব বুলি সংগঠনটোৰ হুংকাৰ ৷

03/06/2026

📌নলবাৰীৰ চামতাত লাভ জেহাদী ৰ'জ আলীৰ ছুৰীৰ আক্ৰমণত নিহত হোৱা ছাত্ৰ কৰ্মী মাধুৰ্য বর্মনৰ ঘৰত ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা।
📌পৰিষদৰ সভাপতি বলেন বৈশ্য আৰু কাৰ্যকৰী সভাপতি লোহিত দেউৰী উপস্থিত হৈ পৰিয়ালক সমবেদনা
📌ৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ মতে—এই ঘটনাৰ আঁৰত ১০/১৫ জনীয়া “কালপ্ৰিট” আছে।ইহঁতক ধৰি শাস্তি দিব লাগে।লগতে ইমাম সকলৰ বিৰুদ্ধেও ব্যৱস্থা লব লাগে।
📌অপৰাধীৰ পিতৃৰ সাক্ষাৎকাৰ প্ৰকাশ কৰা দুই এটা চেনেলকো হিন্দুত্ববাদী নেতাসকলে ধিক্কাৰ দিয়ে।

Address

Nalbari
781335

Telephone

+919954356474

Website

Alerts

Be the first to know and let us send you an email when B NewsOne posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to B NewsOne:

Share