BNewsAssam

BNewsAssam “নিষ্ঠা আৰু সততা আমাৰ প্ৰতিশ্ৰুতি”
(1)

সুৰাপায়ীলৈ ভাল খবৰ৷
07/08/2026

সুৰাপায়ীলৈ ভাল খবৰ৷

07/08/2026

📌নলবাৰীৰ বৰাজোল ভিঠামহল প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত “মাতৃ দুগ্ধপান” সপ্তাহ পালন |

📌বালিলেছাৰ বিশিষ্ট চিত্ৰ শিল্পী-কবি-ব্যৱসায়ী ললিত চন্দ্ৰ ডেকাৰ দেহাৱসান।📌৭৬ বছৰ বযসত শেষ নিশ্বাস ত্যাগ ললিত চন্দ্ৰ ডেকাৰ...
07/08/2026

📌বালিলেছাৰ বিশিষ্ট চিত্ৰ শিল্পী-কবি-ব্যৱসায়ী ললিত চন্দ্ৰ ডেকাৰ দেহাৱসান।
📌৭৬ বছৰ বযসত শেষ নিশ্বাস ত্যাগ ললিত চন্দ্ৰ ডেকাৰ।

📌বৰাজোলৰ বালিপাৰাৰ মিতুল আহমেদ আৰু নাই  |
06/08/2026

📌বৰাজোলৰ বালিপাৰাৰ মিতুল আহমেদ আৰু নাই |

06/08/2026

📌সদ্য প্ৰয়াত কৰ্তব্যৰত গৃহৰক্ষী জোৱান বীৰেন বৰ্মনৰ পৰিয়ালক ক্ষতিপুৰণ প্ৰদানৰ দাবী ৷
📌প্ৰয়াত বীৰেন বৰ্মনৰ বাসগৃহত উপস্থিত ‘সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা’ৰ নলবাৰী জিলা সমিতি।
📌সন্থাই সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী তথা জিলাখনৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক দৰিদ্ৰ পৰিয়ালটোক ৫ লাখ টকা সাহাৰ্য আগবঢ়াবলৈ অনুৰোধ জনায় ।
📌সদ্য প্ৰয়াত বীৰেন বৰ্মনেও ধনৰ অভাৱত উপযুক্ত চিকিৎসা নাপাই অকাল মৃত্যুক সাৱটি লব লগাটো কৰুণ বুলিও প্ৰকাশ কৰে ৷

06/08/2026

📌নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ কাৰ্যালয়ৰ আধাৰশিলা অনুষ্ঠান ।
📌আধাৰশিলা কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
📌প্ৰায় ১ কোটি টকাৰে নিৰ্মাণ হবলগীয়া গৃহটোত থাকিব বিভিন্ন সা সুবিধা ।
📌ইফালে আজি মাংগলিক কাৰ্যৰে অনুষ্ঠিত হয় আধাৰশিলা অনুষ্ঠান ।
📌অনুষ্ঠানটোত নলবাৰী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকাকে ধৰি কেইবাগৰাকীও বিজেপিৰ নেতা কৰ্মী উপস্থিত থাকে |

06/08/2026

📌নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ মুকলি মুখ্যমন্ত্ৰীৰ ৷
📌এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নলবাৰী মহাবিদ্যালয়তো এক অনুষ্ঠান অনুষ্ঠিত হয় ৷
📌অনুষ্ঠানটোত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই |

📌বিগত কাৰ্য্যকালত ১ লাখ ৬০ হাজাৰ চাকৰি দিয়া হৈছিল ৷ 📌এইবাৰো 2 লাখ চাকৰি দিয়া হব |📌যোগ্যতা ভিত্তিত লব লাগিব চাকৰি |-মুখ্...
06/08/2026

📌বিগত কাৰ্য্যকালত ১ লাখ ৬০ হাজাৰ চাকৰি দিয়া হৈছিল ৷
📌এইবাৰো 2 লাখ চাকৰি দিয়া হব |
📌যোগ্যতা ভিত্তিত লব লাগিব চাকৰি |
-মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ৷

📌দোকানে- দোকানে পইচা তুলি সাহায্য দিব নালাগে |📌নিজৰ টকাৰে পাৰিলে দিয়ক  |📌আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যাতে দোকান পোহাৰ পৰা...
06/08/2026

📌দোকানে- দোকানে পইচা তুলি সাহায্য দিব নালাগে |
📌নিজৰ টকাৰে পাৰিলে দিয়ক |
📌আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যাতে দোকান পোহাৰ পৰা বান -সাহায্য তুলিব নোৱাৰে ৷
-মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা ৷

06/08/2026

📌নলবাৰী মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি ।
📌এটা শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিবেশৰ সৃষ্টি হয় চিকিৎসালয়খনত।
📌ঘগ্ৰাপাৰৰ পৈছাৰা গাঁওৰ শিশু এটিক বেজী দিয়াৰ পিছতে মৃত্যু হোৱাক কেন্দ্ৰ কৰি উত্তেজনাৰ সৃষ্টি হয়।
📌মৃত্যু হোৱা শিশু গৰাকীৰ নাম জিচান আহমেদ (৩)বুলি জানিব পৰা গৈছে ।

Address

Nalbari
781335

Telephone

+919954356474

Website

Alerts

Be the first to know and let us send you an email when BNewsAssam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to BNewsAssam:

Shortcuts

Share