Shariful Alom

Shariful Alom মই মোৰ জীৱনৰ সতে
ব্যস্ত আছোঁ তাৰ মানে
এইটো নহয় যে
কাৰোলৈ মনত নপৰে
নতুবা মোৰ হিদয়তকোনো নাই ।

য’ত বন্ধ হ’ব লাগে তাতেই আৰম্ভ হয় এটা নতুন কাহিনী। মানুহে ভাবে যে শেষ মানে শেষ, আৰু আগলৈ আৰু একো নাই। কিন্তু আচলতে প্ৰতি...
14/09/2025

য’ত বন্ধ হ’ব লাগে তাতেই আৰম্ভ হয় এটা নতুন কাহিনী। মানুহে ভাবে যে শেষ মানে শেষ, আৰু আগলৈ আৰু একো নাই। কিন্তু আচলতে প্ৰতিটো সমাপ্তিই জীৱনৰ এক নতুন অধ্যায়ৰ দুৱাৰ মুকলি কৰি দিয়ে।

বৈ থকাৰ নাম নদীগৈ থকাৰ নাম জীৱন
20/05/2025

বৈ থকাৰ নাম নদী
গৈ থকাৰ নাম জীৱন

30/03/2025
22/03/2025

মানুহৰ চৰিত্ৰবোৰ কিতাপৰ দৰেই , আপুনি তেওঁলোকৰ আচল চৰিত্ৰটো ক'ভাৰ দেখি নহয়, সময়ৰ লগে লগে পৃষ্ঠাবোৰ পঢ়ি থাকিলেই লাহে লাহে বুজি পাই গৈ থাকিব।

Address

1 No Narua
Nalbari

Website

Alerts

Be the first to know and let us send you an email when Shariful Alom posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share