Axom Now News

Axom Now News অসম আৰু অসমীয়াৰ হকে আমি ।

30/07/2026

শিৱসাগৰৰ পাণবেচা গড়কোষত বানপিড়ীত ৰাইজলৈ সহায়ৰ হাত অসম বাৰ্তাজীৱী সংঘৰ নলবাৰী জিলা সমিতি ।

28/07/2026

নলবাৰীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণী ।

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত নলবাৰী জিলা প্ৰশাসনৰ সহযোগত আৰু গুৰুই সৃষ্টি গুৰুই কৃষ্টি ফাউণ্ডেচনৰ উদ্যোগত আয়োজিত পোন্ধৰ দিনীয়া গ্ৰীষ্মকালিন নাট্য কৰ্মশালাৰ আজি সামৰণি পৰে ।
সামৰনী অনুষ্ঠানত নলবাৰী জিলা প্ৰশাসনৰ কেবাগৰাকীও বিষয়া আৰু নাট্য কৰ্মী উপস্থিত থাকে। আনহাতে এই সামৰনী অনুষ্ঠানতে প্ৰশিক্ষণ লোৱা শিশু সকলৰ দ্বাৰা উপদুখনকৈ শিশু নাট প্ৰদৰ্শন কৰা হয় ।

20/07/2026

সদ্য ঘোষিত NEET পৰীক্ষাত সাত গৰাকী ছাত্র-ছাত্ৰীয়ে সফলতাৰে উক্তিৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত Dexterity Intergrated Academy, নলবাৰীৰ সফলতাৰ ৰেলি। #নলবাৰীৰ

17/07/2026

আৰ্থিক দৈন্যতা এতিয়া হেঙাৰ হৈ পৰিছে মেধাশক্তিৰ। নলবাৰীৰ এগৰাকী মেধাবী ছাত্ৰৰ বাবে এতিয়া আৰ্থিক সংকট হৈ পৰিছে স্বপ্ন সাকাৰ কৰাৰ প্ৰধান হেঙাৰ।
নলবাৰীৰ এগৰাকী ছাত্ৰৰ উচ্চশিক্ষাৰ বাবে সহায় বিচাৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহবান পৰিয়ালৰ ।
゚viralシfypシ゚viralシalシ

14/07/2026

Nalbari Breaking.....

◆নলবাৰীৰ ২৭নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা ।
◆ৰাজপথত ডাউ ডাউকৈ জ্বলি উঠিল এখন চলন্ত ট্ৰাক
◆অন্ধ্ৰপ্ৰদেশৰ পৰা অহা এখন চালনী মাছৰ ট্ৰাক নিয়ন্ত্ৰণ হেৰাই পথৰ দাতিত থকা গছত খুণ্ডিয়াই।

10/07/2026

থিয়েটাৰ কলা গুৰুৰ আখৰা শিবিৰ মুকলি ।
#মুকলি

10/07/2026

নলবাৰীৰ চামতাত অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ প্ৰতিবাদী কাৰ্যসুচী
অংগনাবাড়ী কৰ্মী সহায়িকাৰ বাবে কেন্দ্ৰীয় বাজেটত ধন বৃদ্ধি কৰাৰ লগতে কৰ্মী সহায়িকাৰ মাননিৰ সলনি মজুৰি প্ৰদান কৰা আৰু ই এছ আছ, পি এফ আৰু গ্ৰেছুয়েটি প্ৰদান কৰাৰ দাৱীত পশ্চিম নলবাৰী সংহত শিশু উন্নয়ন সেৱা আচনিৰ কাৰ্যলয়ত উক্ত প্ৰতিবাদী কাৰ্যসুচী গ্ৰহণ কৰে ।

09/07/2026

নলবাৰীৰ আমনিত বুঢ়াদিয়া নদীত গা ধুব গৈ পানীত দুবি মৃত্যু দুই ছাত্রৰ ।
#মৃত্যুシও

08/07/2026

লোকগীতৰ কৰ্মশালা

08/07/2026

নলবাৰী আৰ্ট স্কুলত গ্ৰীষ্মকালীন কৰ্মশালা ।

Address

Nalbari
Nalbari

Website

Alerts

Be the first to know and let us send you an email when Axom Now News posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share