I Am Deka

I Am Deka Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from I Am Deka, Nalbari.

15/08/2026

Tag your friends ゚viralシ

31/07/2026

মহান মানুহৰ মহান কাম 🙏

29/07/2026

🙏 শিৱসাগৰত আজি আমাৰ ৫ নম্বৰ দিন। ❤️
আজিও আমি বান সাহাৰ্য অভিযানত গৰু-ছাগলীৰ বাবে চাপৰ, আলু, চাউল, দাইল আদি খাদ্য সামগ্ৰী বিতৰণ কৰিছোঁ। 🐄🐐🌾
মানুহৰ লগতে জীৱ-জন্তুও আমাৰ দায়িত্ব। আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সহযোগিতাই আমাক আগবাঢ়ি যাবলৈ শক্তি দিয়ে। ❤️
ভিডিঅ'টো ভাল লাগিলে Like ❤️ Comment 💬 Share 📲 কৰি সকলোলৈ পোৱাই দিয়ক।
AnimalCare Humanity AssameseReels InstagramReels DekaSurajit Support ViralReels

28/07/2026

🙏 আজি শিৱসাগৰত আমাৰ ৩ নম্বৰ দিন।
বানপানীৰ কষ্টৰ মাজতো আমি সকলো মিলি ৰন্ধা-বঢ়া কৰি মানুহৰ কাষত থিয় হৈছোঁ। ❤️
এটা প্লেট গৰম খাদ্য হয়তো সকলো সমস্যাৰ সমাধান নহয়, কিন্তু ই আশাৰ এক সৰু পোহৰ। 🙏
আপোনালোকৰ মৰম, আশীৰ্বাদ আৰু সমৰ্থনেই আমাক আগবাঢ়ি যাবলৈ শক্তি দিয়ে। যদি এই প্ৰয়াস ভাল লাগে, তেন্তে পোষ্টটো Like, Comment আৰু Share কৰি অধিক মানুহলৈ পৌঁছোৱাত সহায় কৰক। ❤️
📍 স্থান: শিৱসাগৰ, অসম

28/07/2026

27/07/2026

সঁচাকৈ গোটেই শেষ হৈ গৈছে মনটো বৰ বেছি বেয়া লাগি আছে

27/07/2026

শিৱসাগৰত সকলো পানীৰ তলত #বানপানী

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when I Am Deka posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share