Mridula boruah vlog

Mridula boruah vlog hello everyone i am mridula personal vloger

শুভ জন্মদিন সোণমানু❣️এগাল মৰম আৰু শুভকামনা জনাই মা ফালৰ পৰা বিশেষ উপহাৰ💝surprise মোৰ বহুত ভাল লাগে এতিয়া আমাৰ লৰাইও surp...
07/06/2026

শুভ জন্মদিন সোণমানু❣️
এগাল মৰম আৰু শুভকামনা জনাই মা ফালৰ পৰা বিশেষ উপহাৰ💝surprise মোৰ বহুত ভাল লাগে এতিয়া আমাৰ লৰাইও surprise বহুত ভাল পায়।তাৰ দুবছৰ জন্মদিনৰ পৰা মই এনেদৰে surprise এটা ৰাখো।এইবাৰ কিন্তু সি অলপো গম নোপোৱাকৈ 100% successful হলো❣️আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰো 🙏

আজি সন্ধিয়া চাহ কাপৰ লগত পকৰী বনাইছিলো।লৰাই খাই ভালপোৱা ভাত খোৱা চাউলৰ পিঠা গুৰি দি😋খাবলৈ সঁচাকৈ ভাল হৈছিল😊
05/06/2026

আজি সন্ধিয়া চাহ কাপৰ লগত পকৰী বনাইছিলো।লৰাই খাই ভালপোৱা ভাত খোৱা চাউলৰ পিঠা গুৰি দি😋খাবলৈ সঁচাকৈ ভাল হৈছিল😊

সকলোকে পৰিবেশ দিৱসৰ শুভেচ্ছা জনাই সমাজলৈ আমাৰ বাৰ্তা🌳🌳🌳মাক দেউতাকৰ কিছুমান প্ৰতিভা সন্তানৰ লগত হে প্ৰকাশ পায়😍লৰা দেউতাকৰ...
05/06/2026

সকলোকে পৰিবেশ দিৱসৰ শুভেচ্ছা জনাই সমাজলৈ আমাৰ বাৰ্তা🌳🌳🌳
মাক দেউতাকৰ কিছুমান প্ৰতিভা সন্তানৰ লগত হে প্ৰকাশ পায়😍লৰা দেউতাকৰ হাতৰ পৰশত হৈ উঠিছে ভাল হৈছে নে জনাব🌳মই পিছে ছবি অঁকাত একেবাৰে বেয়া😊

মোৰ আৰু মোৰ স্বামী সম্পৰ্ক কেনেকুৱা.....?কিছুমান মানুহ আছে মোৰ কথা বহুত চিন্তা কৰে😊এই মানুহ খিনিয়ে অকল আনৰ কথা হে চিন্তা...
05/06/2026

মোৰ আৰু মোৰ স্বামী সম্পৰ্ক কেনেকুৱা.....?

কিছুমান মানুহ আছে মোৰ কথা বহুত চিন্তা কৰে😊এই মানুহ খিনিয়ে অকল আনৰ কথা হে চিন্তা কৰে।ফেচবুকতো খুলি চাগে লোকৰ প্ৰফাইল খুচৰি থাকে কাৰ লগত কিমান ফটো আছে।
আজি বহুত দিনৰ পিছত মোৰ চিনাকি এগৰাকী মানুহে ফোন কৰিলে মনটো ভাল লাগি গল মোক মনত পেলাই মোৰ খবৰ লোৱা কাৰণে😊কিন্তু তেখেতৰ উদ্দেশ্য মোৰ খবৰ লোৱা নহয় তেওঁ উদ্দেশ্য আছিল মই মোৰ মানুহ জনৰ লগত ঠিকেই আছো নে নাই😏কাৰণ তেওঁ বোলে ফেচবুকত মোৰ আৰু মানুহজনৰ ফটো নাইদেখা😁😁😁😁কি উত্তৰ দিম মই অলপ সময় ভাবিলো।আৰু মই কলো যদি তেওঁ লগত মোৰ সম্পৰ্ক বেয়া বুলি কওঁ আপুনি ঠিক কৰি দিব নে কি......?তেওঁ বেবেৰিবাং কথা কৈ ফোনটো কাটি থলে।
অকল লোকৰ বদনাম কৰা মানুহৰ পৰা আঁতৰি থকাটো ভাল।
সেই কাৰণে আজি তেখেতে দেখাকৈ ৰাতিপুৱাতো আৰম্ভ কৰিছো মানুহজনৰ লগত💝ফটো কম দিওঁ কাৰণ সকলোৱে কেমেৰা সন্মুখত ওলাবলৈ ভাল নাপায়।ফটো কেইখনত মোক চকু নিদিব অকল মানুহজনক চাব👀👁️👁️👁️👁️👁️👁️

NBA পৰিয়াল আমাৰ প্ৰথম পৰিচয়💝বহুত দিনৰ পিছত লগ পালো😊ফটো নমৰাকে কেনেকৈ থাকো😍বজাৰৰ মাজতে ৰৈ ফটো দুখনমান মাৰি ললো😂শুভ ৰাতি ৰ...
03/06/2026

NBA পৰিয়াল আমাৰ প্ৰথম পৰিচয়💝বহুত দিনৰ পিছত লগ পালো😊ফটো নমৰাকে কেনেকৈ থাকো😍বজাৰৰ মাজতে ৰৈ ফটো দুখনমান মাৰি ললো😂
শুভ ৰাতি ৰাইজ💝

03/06/2026

ইমান ধুনীয়াকৈ ready কৰি দিয়া কাপোৰ কেইজোৰ পাই গ্ৰাহক 100% happy হব💝যিমান কম দামী কাপোৰ হলেও ধুনীয়াকৈ ready কৰা পিছত কিমান ধুনীয়া লাগে চাওক চোন❣️মই happy

01/06/2026

কাপোৰ দেখুৱা পিছত মোৰ অৱস্থা😎

আজি ভিডিও কাম দুটামান আছিলে কাৰণে ভৰি লৈকে লুকাই থকা কাপোৰ পিন্ধি ready হৈ ললো।কামৰ শেষত মানুহজনক কলো ফটো এখন তুলি দিয়া ...
31/05/2026

আজি ভিডিও কাম দুটামান আছিলে কাৰণে ভৰি লৈকে লুকাই থকা কাপোৰ পিন্ধি ready হৈ ললো।কামৰ শেষত মানুহজনক কলো ফটো এখন তুলি দিয়া চোন☺️এওঁ উত্তৰ:কাম নাই নেকি মোৰ😏মই কলো হব কাম আছে যদি😁আই ঘৰৰ পৰা দি অহা দুখন ডাঙৰ ডাঙৰ গ্লাছ আছে কিহৰ চিন্তা যেনেকৈ মন যায় জেইখন খন মন যায় ফটো তুলি ললো।পিছে ইমান সোপা ফটো মানুহ জনে তুলি দিব পোৱা হলে কি হল হেতেন ভাবিয়ে হাঁহি উঠিছে😂😂😂যি হয় ভালৰ কাৰণেই হয় ৰাইজ🤣নিজৰ ভাঁজত ফটো কেইখন তুলি ললো।
মই এটা কথা আজি লৈকে বুজি নাপালো যিমান ফটো মাৰিছো ধুনীয়া উঠা নাই, মোক ভাল দেখা নাই বুলি কিমান যে ফটো মাৰিলো।মই নিজতকৈ ধুনীয়া ফটো বিচাৰিলে মই বুলি মানুহে চিনি পাব জানো😎

31/05/2026

ৰাইজে বিচৰা দামত নতুন কেইজোৰমান কাপোৰ লৈ আহিছোঁ🤗limited stock যিমান পাৰে সোনকালে বুকিং কৰিব💝
Whtsp only👉8638119662

29/05/2026

মৰম লগা দুটা ৰং💝ভাল লগা ভিতৰত পৰিলে whatsp কৰিব👉8638119662

Address

Namrup
Namrup

Website

Alerts

Be the first to know and let us send you an email when Mridula boruah vlog posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Mridula boruah vlog:

Share

Category