Nazira LIVE

Nazira LIVE Lack of public Grievances Is aimed at resolving various problems and bringing it to the notice of the
(2)

03/08/2026
09/07/2026

নাজিৰা গড় আলিত পুনৰ নাহৰফুটুকী পঞ্জৰাবদ্ধ ।

06/07/2026

স্বচ্ছ ভাৰত অভিযানৰ এটা নিদৰ্শন নাজিৰা সাপ্তাহিক বজাৰৰ ছবি এইয়া ।
কুম্ভ কৰ্ণ নিদ্ৰাত বজাৰৰ লেচী।


04/07/2026

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৪৫ সংখ্যক দ্বি -বাৰ্ষিক অধিবেশনৰ আদৰণী সমিতিৰ সংবাদ মেল ।
স্থান:- গড়গাওঁ মহাবিদ্যালয় প্ৰাংগনত
তাৰিখ:- ২২,২৩,২৪ জুলাই ২০২৬

04/07/2026

কাপোৰ জোৰ ভাল পিন্ধিলে নহব ,মূৰত অলপ মাল থাকিব লাগে ।এইজনক কি বুলি কলে ভাল হব ৰাইজে কমেণ্ট কৰি জনাব ।
ভিডিঅ টো ইমানেই চেয়াৰ কৰক যাতে লোক জনে লাজ পাই ।

সাৱধান  #এই খেল খন নাজিৰাত হল বুলি বহু লোকলৈ বৰ্তমান সেই দুষ্ট চক্ৰ টোৱে ফোন কৰি আছে আৰু বীমা আৰু ৰেজিষ্ট্ৰেচন কৰা বাবে ...
26/06/2026

সাৱধান #
এই খেল খন নাজিৰাত হল বুলি বহু লোকলৈ বৰ্তমান সেই দুষ্ট চক্ৰ টোৱে ফোন কৰি আছে আৰু বীমা আৰু ৰেজিষ্ট্ৰেচন কৰা বাবে পইছা বিচাৰি আছে ,গতিকে ৰাইজ সাৱধান নাজিৰাত কোনো খেল হোৱা নাই আৰু কোনো প্ৰলোভনত ভুল নাযাব l

20/06/2026

ইয়াৰ দ্বাৰাই নাজিৰাৰ জনসাধাৰণ জনোৱা যায় যে অহা ইং 21/06/2026 তাৰিখে ONGC Colony সন্মুখত বহা দেওবৰীয়া সাপ্তাহিক বজাৰ খন NEET পৰীক্ষা, অনুষ্ঠিত হোৱাৰ বাবে সাপ্তাহিক বজাৰ খন স্থগিত ৰখা হৈছে ।
By order
Adc (edu) sivasagar

নাজিৰাৰ এজন জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট  সমাজ কৰ্মী আমাৰ মাজত নাই ।তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।আপোনাক নাজিৰাৰ ...
01/06/2026

নাজিৰাৰ এজন জ্যেষ্ঠ সাংবাদিক তথা বিশিষ্ট সমাজ কৰ্মী আমাৰ মাজত নাই ।
তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ ।

আপোনাক নাজিৰাৰ ৰাইজে সদায় মনত ৰাখিব ।

শিৱসাগৰ নাজিৰাত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ সংবাদমেল। IGP Eastern Range সত্যৰাজ হাজৰিকাৰ সংবাদমেল। ম...
27/05/2026

শিৱসাগৰ নাজিৰাত সংঘটিত গুলীচালনাৰ ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীৰ সংবাদমেল। IGP Eastern Range সত্যৰাজ হাজৰিকাৰ সংবাদমেল।

মানস গগৈক মষ্ট্ ৱান্টেড ঘোষণা । মানস গগৈৰ খবৰ দিয়া ব্যক্তিয়ে লাভ কৰিব ৫০ হাজাৰ টকা। পৰিচয় ৰখা হ'ব গোপনে। আৰক্ষীৰ ঘোষণা।

Address

MAIN Road NAZIRA
Nazira
785685

Alerts

Be the first to know and let us send you an email when Nazira LIVE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Nazira LIVE:

Shortcuts

Share