
24/03/2025
জয় অগ্নিনাভ বাবা 🙏
ঔম নমঃ শিৱায়
হে অগ্নিনাভ বাবা
তুমিয়েই আদি তুমিয়েই অনন্ত প্ৰভূ
তুমিয়েই দেৱৰো দেৱ 🙏
হে প্ৰভূ তোমাৰ প্ৰতিজন
ভক্তৰ জীৱনৰ পৰা সকলো সংকট , ৰোগ ব্যাদ্ধি আদি মুক্ত কৰি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰা প্ৰভূ 🙏
হৰ হৰ মহাদেৱ 🙏