pompi Entertainment

pompi Entertainment মোৰ page লৈ আপোনালোকক স্বাগতম। Page খন‌ follow কৰি দিব🙏🙏❤️

15/07/2026

বহুত দিনৰ পিছত আজি বাৰ গোপাল মন্দিৰ পৰা অকনমান আপোনালোকৰ বাবে ...

04/06/2026

দাদা বাইদেউহতৰ লগত বহুত ফুৰিলো। নিজৰ মানুহবোৰ বাহিৰত লগ পালে বহুত বেছি ভাল লাগে ❤️

অসমীয়া নববৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনবোৰ সুখেৰে ভৰি পৰক। বিহুয়ে কঢ়িয়াই আনক সকলোৰে জ...
15/04/2026

অসমীয়া নববৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ। সকলোৰে জীৱনবোৰ সুখেৰে ভৰি পৰক। বিহুয়ে কঢ়িয়াই আনক সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি।আজিৰ এই শুভ ক্ষণত জেষ্ঠ্য সকলক সেৱা আৰু সৰু সকলক মৰম নিবেদিছো।
বিহু আমাৰ আবেগ। কিন্তু এইবাৰ বিহু কোনোবা খিনিত আধৰুৱা। বিহু বুলি ক'লে আমাৰ হিয়াৰ আমঠু জুবিন দাৰ কথা মনলৈ অহা নাই নে? তেখেতৰ কথাই বাৰে বাৰে চকুলো বোৱাইছে। তথাপিও ঐতিহাসিক নিয়ম আমি পালন কৰিবই লাগিব , আমি সকলোৱে আগুৱাই যাবই লাগিব,সেয়ে ল'ৰাক অকনমান বিহু সাজত ওলায় দিলো, যাতে আমাৰ বিহু কি? কেনেদৰে পালন কৰা হয়, সাধাৰণভাৱে হ'লেও বুজিব পাৰে। আমাৰ মিথুবেতাক কেনেকুৱা লাগিছে জনাব দেই...

জয় জুবিন দা ...

08/04/2026

ল'ৰাৰ গৈ এ খেলাৰ ইচ্ছা দেই।

6/04/2026Mithubetar আনুষ্ঠানিক শিক্ষাৰ প্ৰথমটো খোজ বিদ্যালয়ত।
07/04/2026

6/04/2026
Mithubetar আনুষ্ঠানিক শিক্ষাৰ প্ৰথমটো খোজ বিদ্যালয়ত।

07/04/2026

মিথুবেতাৰ স্কুলীয়া জীৱনৰ প্ৰথম দিনতো এনেকৈ আপোনালোকৰ আগলৈ এৰিছো। সদায়ৰ বাবে স্মৃতি সজীৱ হৈ থকাৰ উদ্দেশ্য পঠিওৱা হৈছে। আশীৰ্বাদ কৰিব বুলি আশা ৰাখিলোঁ।

06/04/2026

আমাৰ মিথুবেতাই নিজৰ নামৰ লগতে অকনমান Mumma, ,Papa ৰ নাম ক'বলৈ চেষ্টা কৰিছে দেই। Video বনাই থ'লে খুব ভাল পায়। সেয়ে বনাই দিলো । আপোনালোকে মৰম , আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ।
Good evening everyone...

29/03/2026

Lotus Temple ৰ পৰা সম্পূৰ্ণ video ৰাইজ। কেনেকুৱা লাগে জনাব বুলি আশা ৰাখিলোঁ আগলৈ এনেকৈ দি যাবলৈ চেষ্টা কৰিম দেই...

゚viralシfypシ゚viralシ

Good morning to all my facebook friends have a great day...
17/03/2026

Good morning to all my facebook friends have a great day...

16/03/2026

বহুত দিনৰ পিছত চিন্তা চৰ্চা কৰি video তো আপোনালোকৰ বাবে পঠিয়াইছো যাতে সজীৱ হৈ ৰৈ যায় সদায়ৰ বাবে। জুবিন দাৰ নাম ল'লে বুকুখন জহি খহী যায়। জুবিন দা সদায় আমৰ হৈ ৰওক । Love you zubeen da 🙏

゚viralシfypシ゚viralシ

Address

New Delhi
110###

Alerts

Be the first to know and let us send you an email when pompi Entertainment posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share